• Home
  • অসম
  • আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
Image

আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল’ব পুটিনে।

এই ভ্ৰমণতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব পুটিন।

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ আমেৰিকাই ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ কেইমাহমানৰ পাছত এই ভ্ৰমণৰ সময়ত দিল্লী আৰু মস্কোৱে বহুকেইটা চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰয়াসত ধাৰাবাহিকভাৱে আলোচনা চলাইছে।

দশক দশক ধৰি ভাৰত আৰু ৰাছিয়াৰ ঘনিষ্ঠ আৰু পুটিন আৰু মোদীৰ মাজতো এক ভাল সম্পৰ্ক আছে।

Releated Posts

আকৌ সাধাৰণ জনতাক জুৰুলা চৰকাৰৰ

আকৌ সাধাৰণ জনতাক জুৰুলা চৰকাৰৰ ৰাজ্যৰ নিৰ্বাচনী বৈৰণী পাৰ হোৱাৰ পিছতেই অসমৰ প্ৰতিটো জিলাত চেঞ্চুৰি কোবালে পেট্ৰ’লৰ মূল্যই…

ByByMahesh Malakar May 15, 2026

শপতগ্ৰহণৰ ২৪ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ ২৪টা বৃহৎ ঘোষণা

শপতগ্ৰহণৰ ২৪ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ ২৪টা বৃহৎ ঘোষণা প্ৰথমখন কেবিনেটৰ ২৪টা সিদ্ধান্ত আপুনি জানেনে? অতি শীঘ্ৰেই ৰাজ্যত…

ByByMahesh Malakar May 14, 2026

শীঘ্ৰেই ৰাজ্যত আহি আছে UCC

শীঘ্ৰেই ৰাজ্যত আহি আছে UCC অসমৰ মুছলমান সমাজত সলনি হ’ব পূৰ্বৰ সকলো নিয়ম বিবাহ কেৱল কুবুল হ্যে বুলি…

ByByMahesh Malakar May 14, 2026

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026
Scroll to Top