শীঘ্ৰেই জামিন লাভ কৰিব নেকি শ্যামকানু মহন্তই
নিজকে নিৰ্দোষী আখ্যা শ্যামকানু মহন্তৰ
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি
ন্যায়ধীশ প্ৰাৰ্থীৱজ্যোতি শইকীয়াৰ আদালতত হ’ব শুনানি
পূৰ্বে ফাষ্টট্ৰেক আদালতত মুখ থেকেচা খাইছিল শ্যামকানু মহন্তই
আজি শ্যামকানুৰ ভাগ্য নিৰ্ণয় হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়ত












