• Home
  • অপৰাধনামা
  • শ্বেখ হাচিনাক মৃত্যুদণ্ডৰ ৰায়দান বাংলাদেশ আদালতৰ
Image

শ্বেখ হাচিনাক মৃত্যুদণ্ডৰ ৰায়দান বাংলাদেশ আদালতৰ

শ্বেখ হাছিনা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় আদালতে দিলে বৃহৎ ৰায়

মানৱয়ীতা উলংঘনৰ অপৰাধত দোষী সাব্যস্ত হ’ল শ্বেখ হাছিনা

মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ’ব এসময়ৰ বাংলাদেশৰ প্ৰধানন্ত্ৰী শ্বেখ হাছিনাৰ

৪০০ পৃষ্ঠা আৰু ৬টা অধ্যায়ত শ্বেখ হাছিনাৰ সন্দৰ্ভত ভয়ংকৰ তথ্য লাভ কৰাৰ পিছত এই সিদ্ধান্ত আদালতৰ

৫টাকৈ গুৰুতৰ অভিযোগ শ্বেখ হাছিনাৰ বিৰুদ্ধে

বিচাৰপীঠৰ মতে শ্বেখ হাছিনাই মানৱীয়তা উলংঘা কৰি কৰিছিল গুৰুতৰ অপৰাধ

বহুসংখ্যক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল শ্বেখ হাছিনাৰ ভুলৰ বাবে

শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদীকাৰীৰ ওপৰত বোমা নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিছিল শ্বেখ হাছিনাই

মন্ত্ৰী হচনুল হকৰ সৈতে শ্বেখ হাছিনাৰ বাৰ্তালাপো মুকলি আদালতত

বাৰ্তালাপত স্পষ্ট প্ৰতিবাদকাৰী ছাত্ৰক সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিছিল হাছিনাই

সাক্ষীৰ ভাষ্য আৰু প্ৰমাণৰ ভিত্তিত দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান

Releated Posts

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড আধাৰ কাৰ্ডৰ বাবে ল’ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি প্ৰয়োজনত…

ByByMahesh Malakar Jun 13, 2026

স্কুলীয়া শিক্ষাৰ্থীলৈ সকাহ চৰকাৰৰ

স্কুলীয়া শিক্ষাৰ্থীলৈ সকাহ চৰকাৰৰ ছাত্ৰ-ছাত্ৰীৰ পিঠিত আৰু নাথাকিব অতিৰিক্ত কিতাপৰ বোজা স্কুললৈ নিব নালাগে অতিৰিক্ত কিতাপ-পত্ৰ ছাত্ৰ ছাত্ৰীৰ…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

বাংলাদেশী প্ৰেমিকাই হ*ত্যা কৰিলে অসমৰ যুৱকক

বাংলাদেশী প্ৰেমিকাই হত্যা কৰিলে অসমৰ যুৱকক চেন্নাইত নৃশংসভাৱে হ*ত্যা অসমৰ যুৱকক কাটি টুকুৰা টুকুৰা কৰি বেগত ভৰাই পেলাই…

ByByMahesh Malakar Jun 10, 2026
Scroll to Top