• Home
  • ক্ৰীড়া
  • বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ
Image

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত ১৫০ ৰান কৰে ৰাজস্থানে। প্ৰত্যুত্তৰত মুম্বাইৰ ইনিংছ শেষ হয় ৯ উইকেটত ১২৩ ৰানত। গুৱাহাটীত বৰষুণৰ বাবে মঙলবাৰে খেল আৰম্ভ হয় নিশা ১০.১০ বজাত। টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। বৰষুণৰ বাবে মেচখন ১১ অভাৰৰ কৰা হয়। ফলত আগ্ৰাসী ৰূপত ইনিংছ আৰম্ভ কৰে ৰাজস্থানৰ বৈভৱ সূৰ্যবংশী আৰু যশস্বী জয়ছোৱাল যুটিয়ে। এই জয়ৰ ফলত ৩খন মেচত ৬ পইণ্ট লৈ আইপিএলৰ পইণ্ট তালিকাত শীৰ্ষত উপনীত হয় ৰাজস্থান ৰয়েলছ।

Releated Posts

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১৪২টা সমষ্টিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ লগে লগে…

ByByMahesh Malakar Apr 29, 2026

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ ‘অৰবিন্দ কেজৰিৱাল স্বাৰ্থপৰ মানুহ’ ‘মই এজন ভাল মানুহ ভুল দলত আছিলো’ ‘নিজৰ…

ByByMahesh Malakar Apr 27, 2026

বিজেপিত যোগদান কৰিব ৰাঘৱ চাদ্দাই

বিজেপিত যোগদান কৰিব ৰাঘৱ চাদ্দাই শীঘ্ৰেই গেৰুৱাবসণ পিন্ধিবলৈ সাজু ৰাঘৱ চাদ্দা দিল্লীৰ ৰাজনীতিত মহাবিস্ফোৰণ সংবাদমেল পাতি আনুষ্ঠানিক ঘোষণা…

ByByMahesh Malakar Apr 24, 2026

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ?

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ? আজি পশ্চিমবংগ আৰু তামিলনাডুত হাইভল্টেজবিধানসভা নিৰ্বাচন কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগ্ৰহণ…

ByByMahesh Malakar Apr 23, 2026
Scroll to Top