• Home
  • অসম
  • হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ
Image

হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ

হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ

আজি দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ কৰা কথা আছিল প্ৰিয়ংকা গান্ধীৰ

আজি গোৱাহাটীৰ ৰাজীৱ ভৱনত দলীয় বৈঠকত অংশ লোৱাৰ কথা আছিল প্ৰিয়ংকা গান্ধীৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচনা হৈছিল প্ৰিয়ংকা গান্ধীৰ

আৰু ১৮ ফেব্ৰুৱাৰী পৰিৱৰ্তে ১৯ ফেব্ৰুৱাৰীতহে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰীগৰাকী

কংগ্ৰেছ নেতা ৰিপুন বৰাই সদৰি কৰিলে এই কথা

Releated Posts

হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ

হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ আজি দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ কৰা কথা আছিল প্ৰিয়ংকা গান্ধীৰ আজি গোৱাহাটীৰ…

ByByMahesh Malakar Feb 18, 2026

আজি মুখ্যমন্ত্ৰীৰ সৈতে ভূপেন বৰাৰ বৈঠক

মুখ্যমন্ত্ৰীৰ বাসগৃহত হ’ব গুৰুত্বপূৰ্ণ বৈঠক পৰৱৰ্তী ৰাজনৈতিক বিষয়ক লৈ হ’ব আলোচনা সন্ধিয়া ৬ বজাত সংবাদমেল সম্বোধন কৰিব ভূপেন…

ByByMahesh Malakar Feb 18, 2026

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

সমাগত বিধানসভা নিৰ্বাচন।বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি এজনৰ পাছত আন এজন বিজেপিৰ কেন্দ্ৰীয় নেতা আহিছে…

ByByMahesh Malakar Feb 18, 2026

পুনৰ বিতৰ্কৰ আৱৰ্তত অসম লোকসেৱা আয়োগ

পুনৰ বিতৰ্কৰ আৱৰ্তত অসম লোকসেৱা আয়োগ ।সোমবাৰে বিয়লি ঘোষণা কৰা হয়২০২৪ চনৰ CCE পৰীক্ষাৰ চূড়ান্ত ফলাফল কিন্তু কেইঘণ্টামানৰ…

ByByMahesh Malakar Feb 17, 2026
Scroll to Top