• Home
  • অসম
  • দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
Image

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ অহাৰ সমান্তৰালকৈ বৰঝাৰত নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেল মুকলি কৰাৰ লগতে নতুন বিমান বন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

২১ ডিচেম্বৰৰ পুৱা সতী সাধনী শান্তি উদ্যানলৈ গৈ ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত গৈ অসম আন্দোলৰ ৫৬০ জন শ্বহীদ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি জানিব পৰা গৈছে

Releated Posts

EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি

EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি EXIT POLLৰ মতে আকৌ বিজেপি চৰকাৰ কিন্তু…

ByByMahesh Malakar Apr 30, 2026

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…

ByByMahesh Malakar Apr 30, 2026

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গক শ্যামকানু মহন্তই হত্যা কৰা নাই শ্যমকানুৱে নিৰ্দোষী মানুহক জেলত…

ByByMahesh Malakar Apr 30, 2026

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…

ByByMahesh Malakar Apr 30, 2026
Scroll to Top