• Home
  • অসম
  • পঞ্চভূতত বিলীন অসমৰ সংবাদ ক্ষেত্ৰৰ মহীৰূহ প্ৰফুল্ল গোবিন্দ বৰুৱা
Image

পঞ্চভূতত বিলীন অসমৰ সংবাদ ক্ষেত্ৰৰ মহীৰূহ প্ৰফুল্ল গোবিন্দ বৰুৱা

পঞ্চভূতত বিলীন অসমৰ সংবাদ ক্ষেত্ৰৰ মহীৰূহ প্ৰফুল্ল গোবিন্দ বৰুৱা

ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন

ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য প্ৰফুল্ল গোবিন্দ বৰুৱাৰ।

দ্যা আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক, সম্পাদক আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা।

ৰাধা গোবিন্দ বৰুৱাৰ সুযোগ্য সন্তান আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা।

বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ

Releated Posts

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…

ByByMahesh Malakar Apr 9, 2026

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026

আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। আজি বিয়লি ৫ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ…

ByByMahesh Malakar Apr 7, 2026
Scroll to Top