• Home
  • দেশ
  • গুৱাহাটীত লীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম
Image

গুৱাহাটীত লীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম

আজি সন্ধিয়া গুৱাহাটীৰ গ্ৰীণউড ৰিজ’ৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব বলিউডৰ কণ্ঠশিল্পী চনু নিগমে । তেওঁ ‘‘দিৱানা তেৰা ট্যুৰ’’ গুৱাহাটীত শুভাৰম্ভ কৰিব । দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হয় বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম। ইপিনে শনিবাৰে শিল্পী গৰাকী বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়।

আজি কনচাৰ্টৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে শিল্পী গৰাকীয়ে। আনপিনে শনিবাৰে বিমানবন্দৰত উপস্থিত হৈ বলিউডৰ কণ্ঠশিল্পী গৰাকীয়ে জুবিন গাৰ্গক স্মৰণ কৰে। তেওঁ কয় যে- ১৯৯৭ৰ পৰা জুবিনৰ সৈতে মোৰ বন্ধুত্ব আছিল । শেষবাৰৰ বাবে গুৱাহাটীতে লগ পাইছিলো জুবিন গাৰ্গক। হঠাৎ কি হৈ গ’ল একোৱেই ধৰিব নোৱাৰিলোঁ। অসমৰ জনসাধাৰণে জুবিনক বহুত মৰম দিছে। বহু স্মৃতি জড়িত হৈ আছে জুবিন ৰ লগত। এনেদৰে মন্তব্য কৰি আৱেগিক হৈ পৰে বলিউডৰ কণ্ঠশিল্পী গৰাকী

Releated Posts

দিল্লীত পুনৰ মণিপুৰৰ যুৱতীক আক্ৰমণ

মালব্য নগৰৰ ঘটনাৰ পিছত এইবাৰ ছাকেট অঞ্চলত মণিপুৰৰ যুৱতীক আক্ৰমণ ।কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালব্য নগৰত বৰ্ণ বৈষম্যৰ…

ByByMahesh Malakar Mar 9, 2026

টি-২০ বিশ্বকাপ ২০২৬: কাইলৈ মেগা ফাইনেলত মুখামুখি হ’ব ভাৰত-নিউজিলেণ্ড; ইতিহাস গঢ়াৰ দিশে টিম ইণ্ডিয়া

ক্ৰীড়াপ্ৰেমীৰ বাবে প্রতীক্ষাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। কাইলৈ অৰ্থাৎ ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত…

ByByMahesh Malakar Mar 7, 2026

কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল,

বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল আৰু উপ ৰাজ্যপালৰ সাল-সলনি কৰে ।…

ByByMahesh Malakar Mar 6, 2026
Scroll to Top