• Home
  • অসম
  • ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান! বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী
Image

ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান! বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক হৈছে দুই সৰবৰাহকাৰী।

ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। ৰঙিয়া নগৰৰ বাৰ্মিজ খেলপথাৰৰ সমীপত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত যোৱা নিশা ড্ৰাগছসহ আটক হয় দুই সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰী দুজন ৰঙিয়া মুৰাৰাৰ চফিকুল আলী আৰু পূব সাহানৰ বিটু আলী।

ধৃত সৰবৰাহকাৰী দুজনৰ পৰা ২৩টাকৈ প্লাষ্টিকৰ কন্টেইনাৰসহ ৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীদ্বয়ক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Releated Posts

১ লাখ ৬৫ হাজাৰক দিয়া হ’ল চাকৰি বৰ্তমান চৰকাৰৰ অন্তিমটো নিযুক্তি প্ৰদান অনুষ্ঠান

নিৰ্বাচনৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অন্তিমটো নিযুক্তি অনুষ্ঠানৰ আয়োজন কৰে । বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাত এক…

ByByMahesh Malakar Mar 13, 2026

বিশিষ্ট ক্ৰীড়া সাংবাদিক-সংগঠক প্ৰেমধৰ শৰ্মাৰ দেহাৱসান

ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সাংবাদিক, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা আৰু নাই । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ…

ByByMahesh Malakar Mar 13, 2026

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰ,গুৱাহাটী, বৰাকত কেইবাটাও…

ByByMahesh Malakar Mar 12, 2026

হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। লংকাৰ লস্কৰ পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ।উত্তৰ লস্কৰপথাৰৰ নালু গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ…

ByByMahesh Malakar Mar 12, 2026
Scroll to Top