• Home
  • অসম
  • ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান! বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী
Image

ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান! বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক হৈছে দুই সৰবৰাহকাৰী।

ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। ৰঙিয়া নগৰৰ বাৰ্মিজ খেলপথাৰৰ সমীপত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত যোৱা নিশা ড্ৰাগছসহ আটক হয় দুই সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰী দুজন ৰঙিয়া মুৰাৰাৰ চফিকুল আলী আৰু পূব সাহানৰ বিটু আলী।

ধৃত সৰবৰাহকাৰী দুজনৰ পৰা ২৩টাকৈ প্লাষ্টিকৰ কন্টেইনাৰসহ ৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীদ্বয়ক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top