• Home
  • অসম
  • বিপদত পৰিছে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা
Image

বিপদত পৰিছে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা

বিপদত পৰিছে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা

এইবাৰ আন এক বিতৰ্কত নাম সাঙোৰ খাইছে মাৰ্শ্বেল বৰুৱাৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মাৰ্শ্বেল বৰুৱাই অপমান কৰাৰ অভিযোগ

মহাপুৰুষ শংকৰদেৱক বামপন্থী বুকু অভিহিত কৰাৰ অভিযোগ মাৰ্শ্বেল বৰুৱাৰ বিৰুদ্ধে

এটা সাক্ষাৎকাৰত এনে মন্তব্য কৰিছিল মাৰ্শ্বেল বৰুৱাই

ইতিমধ্যে দিছপুৰ থানাত মাৰ্শ্বেল বৰুৱাৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদে দাখিল কৰিছে এজাহাৰ

Releated Posts

‘৩টাকৈ সন্তান থকা গৰ্ভৱতী মহিলাই নাপাব বিনামূলীয়া চিকিৎসা

‘৩টাকৈ সন্তান থকা গৰ্ভৱতী মহিলাই নাপাব বিনামূলীয়া চিকিৎসা ৬-৭টা সন্তান থকা মহিলাই লাভ নকৰিব বিনামূলীয়া চিকিৎসা ১ জুলাইৰ…

ByByMahesh Malakar Jun 22, 2026

জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত

জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত পকী ৰাস্তাত শাৰী শাৰীকৈ ড্ৰিল মেচিনেৰে ড্ৰিলিং কৰি মহানগৰীৰ ৰাজপথত ৰুইছে গছৰ…

ByByMahesh Malakar Jun 20, 2026

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! শিক্ষাবিভাগৰ কোনো ৱেবছাইটত কিয় নাই মুখ্যমন্ত্ৰীৰ গৱেষণা পত্ৰৰ তথ্য…

ByByMahesh Malakar Jun 20, 2026

অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন

অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন উখল মাখল নীলাচলৰ বুকু হাজাৰ হাজৰ ভক্তৰ সমাগম হৈছে কামাখ্যা ধামত

ByByMahesh Malakar Jun 20, 2026
Scroll to Top