বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিল। বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰা হ’ল শেষ শুনানি। সন্ধিয়া ভাগত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়ে।বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিল বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰা হ’ল শেষ শুনানি।সন্ধিয়া ভাগত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়ে।ফৰ্ম ‘এ’ৰ বিসংগতিৰ বাবে বাতিল হ’ল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন।যোৱা মঙলবাৰে প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আয়োগক অভিযোগ দাখিল কৰিছিল অগপই।

২০২৬ত বৰপেটা সমষ্টিত নাই কংগ্ৰেছ প্ৰাৰ্থী
Releated Posts
EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি
EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি EXIT POLLৰ মতে আকৌ বিজেপি চৰকাৰ কিন্তু…
ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি
ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…
শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত
শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গক শ্যামকানু মহন্তই হত্যা কৰা নাই শ্যমকানুৱে নিৰ্দোষী মানুহক জেলত…
বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL
বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…











