• Home
  • ৰাজনৈতিক
  • বিজেপি এৰি আজি কংগ্ৰেছত যোগ দিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই
Image

বিজেপি এৰি আজি কংগ্ৰেছত যোগ দিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই

টিকট নাপায় বিজেপি এৰি আজি কংগ্ৰেছত যোগ দিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই।হাফলঙত কংগ্ৰেছ প্ৰাৰ্থী হ’ব নন্দিতা গাৰ্লোচা ৷ কংগ্ৰেছে তিনিখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে যদিও লক্ষণীয়ভাৱে হাফলং সমষ্টিৰ বাবে দলটোৱে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই । আজি নন্দিতা গাৰ্লোচাই কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতে হাফলং সমষ্টিৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত নন্দিতা গাৰ্লোচাই আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিব ।আজি কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতে কংগ্ৰেছে হাফলং সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হিচাবে নন্দিতা গাৰ্লোচাৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে নন্দিতা গাৰ্লোচাক কংগ্ৰেছ দলত আদৰণি জনোৱাৰ বাবে ডিমা হাছাও জিলাৰ পৰা কংগ্ৰেছ নেতা-কৰ্মী গুৱাহাটী অভিমুখে ৰওনা হৈছে ।

Releated Posts

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! শিক্ষাবিভাগৰ কোনো ৱেবছাইটত কিয় নাই মুখ্যমন্ত্ৰীৰ গৱেষণা পত্ৰৰ তথ্য…

ByByMahesh Malakar Jun 20, 2026

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচনৰ পৰা লৈ বিভিন্ন আচনিকলৈকে কৰিলে বৃহৎ ঘোষণা চৰকাৰী…

ByByMahesh Malakar Jun 15, 2026

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed ঠিকাদাৰৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ বীজ, সাৰক…

ByByMahesh Malakar Jun 14, 2026
Scroll to Top