• Home
  • ক্ৰীড়া
  • আজি অন্তিমখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে
Image

আজি অন্তিমখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে

আজি অন্তিমখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে

মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ বিশেষ চৰ্চা

২০২৬ বৰ্ষৰ এখনো মেচত ভাগ লোৱা নাই মহেন্দ্ৰ সিং ধোনীয়ে

লীগ মেচৰ মাত্ৰ ২খনহে খেল বাকী আছে

তাৰমাজতেই হঠাৎ ধোনীৰ COME BACKক লৈ সৃষ্টি হৈছে উৎকণ্ঠা

IPLৰ শেষৰখন মেচ চেন্নাইত খেলা কথা আছিল ধোনীৰ

যিহেতুকে আজি চেন্নাইৰ চেপাত আছে IPLৰ খেল

যাৰ বাবে চৰ্চা পাইছে যে এই খেলৰ পিছত অৱসৰ ল’ব নেকি মহেন্দ্ৰ সিং ধোনীয়ে

Releated Posts

বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন

বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন ৰাম মন্দিৰৰ চুৰিৰ আঁৰত দেশৰ নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ ‘চম্পট ৰায়ৰে মিলি বৃহৎ…

ByByMahesh Malakar Jun 22, 2026

দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব

দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব আমাৰ যুদ্ধ আৰম্ভ হ’ল দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়? আমাৰ…

ByByMahesh Malakar Jun 18, 2026

দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব

দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব আমাৰ যুদ্ধ আৰম্ভ হ’ল দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়? আমাৰ…

ByByMahesh Malakar Jun 18, 2026

হিন্দুত্বক প্ৰতিষ্ঠা কৰাৰ নামত চৰম সীমা অতিক্ৰম কৰিলে বিজেপি নেতাই

হিন্দুত্বক প্ৰতিষ্ঠা কৰাৰ নামত চৰম সীমা অতিক্ৰম কৰিলে বিজেপি নেতাই হিন্দুত্বক প্ৰতিষ্ঠা নে হিন্দুৰ বদনাম কৰিছে একাংশ হিন্দুত্ববাদীয়ে?…

ByByMahesh Malakar Jun 17, 2026
Scroll to Top