• Home
  • অসম
  • আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ পৰলোকপ্ৰাপ্তি
Image

আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ পৰলোকপ্ৰাপ্তি

আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ পৰলোকপ্ৰাপ্তি

৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ আলোকচিত্ৰ শিল্পী গৰাকীৰ।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱাৰ তেজপুৰ বাৰহলীয়াস্থিত বাসগৃহত দেহাৱসান।

তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী শিল্পীগৰাকীৰ দেহাৱসানত শোকত ভাগি পৰিছে তেজপুৰবাসী।

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি

Releated Posts

অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন

অপেক্ষাৰ অন্ত! অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ১৬ মাৰ্চত জাৰি কৰা…

ByByMahesh Malakar Mar 15, 2026

আজিয়েই ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন

আজিয়েই ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন বিয়লি ৪বজাত নিৰ্বাচন আয়োগৰ সংবাদমেল ৰাজ্যত জাৰি হ’ব নিৰ্বাচনৰ অধিসূচনা দেশৰ ৫ৰাজ্যৰ…

ByByMahesh Malakar Mar 15, 2026

অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ

অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ গুৱাহাটীলৈ আহি আছে সকলোৰে প্ৰিয় ক্ৰিকেটাৰ ধোনী, কোহলী, বুমৰাহ, ৰোহিতক চাবলৈ সাজু…

ByByMahesh Malakar Mar 15, 2026

ৰাজ্যজুৰি বতৰৰ কালৰূপ

ৰাজ্যজুৰি বতৰৰ কালৰূপ ১০০ কিঃ মিঃ বেগত বলিব ধুমুহা জিলাই জিলাই জাৰি অৰেঞ্জ এলাৰ্ট নামনি অসমত সংহাৰীৰূপ ল’ব…

ByByMahesh Malakar Mar 15, 2026
Scroll to Top