আজি পৱিত্ৰ ঈদ উল ফিতৰ। বিশ্বৰ আন প্ৰান্তৰ দৰেই ধুবুৰীতো পৱিত্ৰ ঈদ উল ফিতৰ উৎসৱ উলহ-মালহেৰে পালন কৰা হয়। চহৰৰখনৰ ১১ নং ৱাৰ্ডৰ ঈদগাহ ময়দানত প্ৰায় ১০ হাজাৰ লোক একেলগে সমবেত হৈ ঈদৰ নামাজ আদায় কৰে।ঈদগাহ ময়দানত বাহাদুৰটাৰীৰ জামে মছজিদৰ ইমামমৌলানা আব্দুল ৰছিদে ঈদৰ বায়ান আগবঢ়াই সকলোকে ঐক্য, ভাতৃত্ববোধ আৰু শান্তিৰ বাণী প্ৰদান কৰে। ধুবুৰী চহৰৰ উপৰিও কাষৰীয়া বিভিন্ন অঞ্চলৰ বহু লোকেও এই নামাজত অংশগ্ৰহণ কৰে।

ধুবুৰীৰ ঈদগাহত ১০ হাজাৰ লোকে আদায় কৰিলে ঈদৰ নামাজ
Tags:
Releated Posts
ঈদৰ প্ৰাকক্ষণত মুছলমান সমাজক ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ঈদৰ প্ৰাকক্ষণত মুছলমান সমাজক ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈদত কোৰবাণী নিদিয়ে অসমৰ মুছলমানে অসম বিধানসভা…
জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে
জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰঘোষণা ফাষ্টট্ৰেক আদালতৰ এতিয়াৰে পৰা…
বহু জল্পনা-কল্পনা অন্তত কংগ্ৰেছে ঘোষণা কৰিলে বিধায়িনী দলৰ নেতাৰ নাম
বহু জল্পনা-কল্পনা অন্তত কংগ্ৰেছে ঘোষণা কৰিলে বিধায়িনী দলৰ নেতাৰ নাম নিৰ্বাচনৰ ফলাফলৰ ২১ দিন পিছতে কংগ্ৰেছে ঘোষণা কৰিলে…
আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন
আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন অভিযুক্তই গোচৰটোৰ পৰা অব্যাহতি বিচাৰি কৰা আবেদনৰ দিব ৰায় ন্যায়াধীশ…











