• Home
  • অপৰাধনামা
  • আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন
Image

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন

অভিযুক্তই গোচৰটোৰ পৰা অব্যাহতি বিচাৰি কৰা আবেদনৰ দিব ৰায়

ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতে আজি দিব ৰায়

গোচৰটোৰ পৰা অব্যাহতি নাপালে অভিযুক্তৰ বিৰুদ্ধে আৰম্ভ হ’ব চার্জফ্ৰেম

মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি জুবিন হত্যাৰ অভিযুক্ত

২৮ মে’ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় দিব ফাষ্টট্রেক আদালতে

Releated Posts

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য খাৰুৱা তেলক লৈ আহিব পাৰে বেয়া খবৰ নাটনি হ’ব পাৰে তেল…

ByByMahesh Malakar Jun 14, 2026

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed ঠিকাদাৰৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ বীজ, সাৰক…

ByByMahesh Malakar Jun 14, 2026

জাহিদৰ জানাজাত শ শ জনতা

জাহিদৰ জানাজাত শ শ জনতা ডক্তৰ হোৱাৰ সপোন পূৰণ নহল নলবাৰীৰ মেধাৱী ছাত্ৰ জাহিদ আলমৰ ডক্তৰ হোৱাৰ সপোন…

ByByMahesh Malakar Jun 14, 2026

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড আধাৰ কাৰ্ডৰ বাবে ল’ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি প্ৰয়োজনত…

ByByMahesh Malakar Jun 13, 2026
Scroll to Top