- AICC ৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সংবাদমেল
- হোটেল ভিভান্টাত সংবাদমেল সম্বোধন কৰে AICC ৰ সভাপতিগৰাকীয়ে
- সংবাদমেলত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে AICC ৰ সভাপতিগৰাকীয়ে
- হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মুখ্যমন্ত্ৰী থাকিলে দেশৰ উন্নতি নহ’ব
- সাধাৰণ জনতাক ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী নালাগে
- এইবাৰৰ যুজঁ ৰাইজ বনাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
- প্ৰতিটো দলতে একো একোজন গাদ্দাৰ নেতা থাকেই
- অসমৰ পুত্ৰ জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় লাভ কৰা নাই
- ফাষ্টট্ৰেক কৰ্ট ৬ মাহৰ পাছত গঠন হ’ল যিটো আগতীয়াকৈ হ’ব লাগিছিল
- বিশেষকৈ মহিলাসকলৰ ক্ষত্ৰত কংগ্ৰেছ তৰকাৰ আহিছে আৰু সুবিধা লাভ কৰিব মহিলাসকলে
- আমাৰ চৰকাৰে মহিলাসকলক আঁচনিৰ ধন দিব
- এখন সুস্থ, সৱল দেশৰ বাবে এজন বাল মুখ্যমন্ত্ৰীৰ প্ৰয়োজন













