বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দে*হা*ৱ*সা*ন
বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান। বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশনেত্ৰী বেগম খালেদা জিয়াৰ […]
বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান। বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশনেত্ৰী বেগম খালেদা জিয়াৰ […]
মুকলি হ’ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্প বটদ্ৰৱা প্ৰকল্পৰ আঁৰত তিনি মূছলামন ব্যক্তি তিনিগৰাকী মুছলমান ব্যক্তিয়ে গুৰুআসন,কৃষ্ণলীলা,বিষ্ণুৰ দশাৱতাৰক দিলে জীৱন্ত ৰূপ
অসম চৰকাৰৰ উদ্যোগত নিৰ্মিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰতিকূল বতৰৰ বাবে
অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি মুকলি হ’ব বটদ্ৰৱাৰ অভিলাষী প্ৰকল্প। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প। কেন্দ্ৰীয়
আজি বছৰৰ অন্তিমটো দেওবাৰ পুৰণিক বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। এই অন্তিমটো দেওবাৰত বনভোজস্থলীসমূহত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত
৬০ বছৰীয়া হ’ল ভাইজানতাৰকা অভিনেতা ছলমান খানৰ আজি ওপজা দিননিশা ফাৰ্ম হাউচত কৰিলে উদযাপনউপস্থিত থাকিল বহু নামি দামী তাৰকা আজি
কেতিয়া হ’ব ২০২৬ৰ বিধানসভা নিৰ্বাচন শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত
খেৰণিৰ কাণ্ডক লৈ আজি ত্ৰিপাক্ষিক বৈঠক পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত উত্তেজনাময় পৰিস্থিতিক লৈ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব
ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল। ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল। ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি কামৰূপ(ম)ৰ আয়ুক্ত সুমিত ছাট্টোৱানক
বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক মাধ্যমত সমৰ্থন