• Home
  • দেশ
  • ৬০ বছৰীয়া হ’ল ভাইজান
Image

৬০ বছৰীয়া হ’ল ভাইজান

৬০ বছৰীয়া হ’ল ভাইজান
তাৰকা অভিনেতা ছলমান খানৰ আজি ওপজা দিন
নিশা ফাৰ্ম হাউচত কৰিলে উদযাপন
উপস্থিত থাকিল বহু নামি দামী তাৰকা আজি ২৭ ডিচেম্বৰত বলীউডৰ ভাইজান চলমান খানৰ জন্মদিন। অনুৰাগীয়ে অভিনেতাগৰাকীৰ জন্মদিনত শুভেচ্ছাৰে উপচাই পেলাইছে। ঘনিষ্ঠ বন্ধুৰ সৈতে বিশেষ দিনটো উদযাপন কৰে চলমানে। ৬০ বছৰীয়া জন্মদিন উদযাপন কৰিলে অভিনেতাগৰাকীয়ে।

পাপাৰাজীৰ সৈতে কেক কাটি থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতে কেইবাজনো চলচ্চিত্ৰ তাৰকাও তেওঁৰ ফাৰ্ম হাউচলৈ অহা দেখা গ’ল।

চলমান খানৰ বিশেষ অনুষ্ঠানত দেখা গ’ল প্ৰাক্তন প্ৰেমিকা তথা অভিনেত্ৰী সংগীতা বিজলানীকো। লগতে উপস্থিত থাকে মিকা সিং, মহেন্দ্ৰ সিং ধোনীকে ধৰি

Releated Posts

দেশত প্ৰাকৃতিক দুৰ্যোগৰ ভয়ংকৰ ৰূপ

দেশত প্ৰাকৃতিক দুৰ্যোগৰ ভয়ংকৰ ৰূপ ভয়ংকৰ বানৰ কবলত ৪০০ খনকৈ গাওঁ বদৰপুৰ ৰে’ল ষ্টেচনতো হাহাকাৰ অৱস্থা একঁকাল পৰ্যন্ত…

ByByMahesh Malakar May 15, 2026

পশ্চিমবংগত আৰম্ভ উচ্ছেদ অভিযান

পশ্চিমবংগত আৰম্ভ উচ্ছেদ অভিযান মমতাৰ ৰাজ্যত শুভেন্দুৰ মেজিক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই এক্সন মুডত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী…

ByByMahesh Malakar May 15, 2026

‘নীট’ৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰত বিজেপি নেতা

‘নীট’ৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰত বিজেপি নেতা CBI ৰ তদন্তত পোহৰলৈ বিস্ফোৰক তথ্য বিজেপিৰ নেতাৰ পৃষ্ঠপোষকতাতেই ফাদিল হৈছিল নীটৰ…

ByByMahesh Malakar May 14, 2026

হিজাব পিন্ধি স্কুল-কলেজলৈ যাব পাৰিব মুছলমান ছাত্ৰী

হিজাব পিন্ধি স্কুল-কলেজলৈ যাব পাৰিব মুছলমান ছাত্ৰী হিজাব পৰিধান কৰাৰ ক্ষেত্ৰত আঁতৰিল বাধা বিজেপি চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ…

ByByMahesh Malakar May 14, 2026
Scroll to Top