• Home
  • অসম
  • যোৰাবাটত উত্তপ্ত পৰিস্থিতি! মেঘালয়ৰ ট্যুৰিষ্ট বাহনক অসমত প্ৰৱেশত বাধা
Image

যোৰাবাটত উত্তপ্ত পৰিস্থিতি! মেঘালয়ৰ ট্যুৰিষ্ট বাহনক অসমত প্ৰৱেশত বাধা

যোৰাবাটত উত্তপ্ত পৰিস্থিতি।

মেঘালয়ৰ ট্যুৰিষ্ট বাহনক অসমত প্ৰৱেশত বাধা।

অসম টেক্সি চালক সন্থাই যোৰাবাটত আবদ্ধ কৰিলে মেঘালয়ৰ বাহন।

মেঘালয়ত অসম ট্যুৰিষ্ট বাহনৰ ক্ষেত্ৰত আৰোপ কৰিছিল বাধা-নিষেধ।

আনহাতে, অসমৰ পৰা মেঘালয়লৈ টেক্সি চলাচলত বাধা।

অল মেঘালয় খাচী টুৰিষ্ট টেক্সি ইউনিয়নে আৰোপ কৰিছে বাধা।

পৰ্যটকক কঢ়িয়াই নিয়া বাহনক দাবী-ধমকিৰে গুণ্ডাগিৰি।

১৬ ছেপ্টেম্বৰত মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণৰ বাবে অসমৰ টেক্সীক বাধা দিছিল।

আজি যোৰাবাটত উত্তপ্ত পৰিস্থিতি।

আবদ্ধ হৈ আছে বহু নেতা-আমোলাৰ বাহন।

বৰ্তমানো উত্তপ্ত যোৰাবাট, ঘূৰাই পঠিওৱা হৈছে মেঘালয়ৰ টেক্সি।

Releated Posts

১ লাখ ৬৫ হাজাৰক দিয়া হ’ল চাকৰি বৰ্তমান চৰকাৰৰ অন্তিমটো নিযুক্তি প্ৰদান অনুষ্ঠান

নিৰ্বাচনৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অন্তিমটো নিযুক্তি অনুষ্ঠানৰ আয়োজন কৰে । বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাত এক…

ByByMahesh Malakar Mar 13, 2026

বিশিষ্ট ক্ৰীড়া সাংবাদিক-সংগঠক প্ৰেমধৰ শৰ্মাৰ দেহাৱসান

ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সাংবাদিক, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা আৰু নাই । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ…

ByByMahesh Malakar Mar 13, 2026

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰ,গুৱাহাটী, বৰাকত কেইবাটাও…

ByByMahesh Malakar Mar 12, 2026

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম কম বয়সীয়া কিশোৰ-কিশোৰীৰ বাবে চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত সামাজিক…

ByByMahesh Malakar Mar 12, 2026
Scroll to Top