বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে ইতিহাস
কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে মুছলমানে
বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ উজাৰ
অনলাইন অফলাইন দুয়োটা মাধ্যমেৰে উঠিছে টকা
দানৰ টকা গণিবলৈ আনিবলগীয়া হ’ল টকা গণা মেচিন
মুছলমান লোকে মুক্তমনে আগবঢ়াইছে ধন
মুৰ্চিদাবাদত নিৰ্মাণ হৈ আছে বাবৰি মছজিদ















