চোৰাং গৰুৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান

চোৰাং গৰুৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলায়। গোপন সুত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰিলে ৭টাকৈ চোৰাং গৰু।

জানিব পৰা মতে, গোলকগঞ্জ থানাৰ আৰক্ষীৰ এটি দলে মাজনিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায়। অভিযানত AS-০১ AX ৩৮৭৯ নম্বৰৰ চাৰি চকীয়া বাহন এখন ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু চালকে নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত পেষ্টাৰঘাটৰ পিনে পলায়ন কৰে।

গোলকগঞ্জ আৰক্ষীৰ দলটোৱে পিছে পিছে খেদি যোৱাত চালকে গাড়ীখন ৰখাই আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে। পিছত বাহনখনৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে ৭টাকৈ চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Releated Posts

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…

ByByMahesh Malakar Apr 9, 2026

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেড়া। ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দিছিল পৱন…

ByByMahesh Malakar Apr 8, 2026

কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি…

ByByMahesh Malakar Apr 8, 2026

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026
Scroll to Top