চোৰাং গৰুৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান

চোৰাং গৰুৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলায়। গোপন সুত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰিলে ৭টাকৈ চোৰাং গৰু।

জানিব পৰা মতে, গোলকগঞ্জ থানাৰ আৰক্ষীৰ এটি দলে মাজনিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায়। অভিযানত AS-০১ AX ৩৮৭৯ নম্বৰৰ চাৰি চকীয়া বাহন এখন ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু চালকে নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত পেষ্টাৰঘাটৰ পিনে পলায়ন কৰে।

গোলকগঞ্জ আৰক্ষীৰ দলটোৱে পিছে পিছে খেদি যোৱাত চালকে গাড়ীখন ৰখাই আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে। পিছত বাহনখনৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে ৭টাকৈ চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Releated Posts

ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ ‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’ কংগ্ৰেছ…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহু

আজি ভোগালী বিহু ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা।…

ByByMahesh Malakar Jan 13, 2026

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026
Scroll to Top