• Home
  • অপৰাধনামা
  • গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ
Image

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ

গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও কংগ্ৰেছীৰ

অজাপক সৰুপথাৰ সমষ্টি এৰি দিয়াত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ

কোনো কাৰণতে সৰুপথাৰ অজাপক এৰি নিদিয়াৰ হুংকাৰ

২৪ ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ গৌৰৱক দাবী দলীয় কৰ্মীৰ

অন্যথা হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ দল ত্যাগৰ হুংকাৰ

Releated Posts

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেড়া। ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দিছিল পৱন…

ByByMahesh Malakar Apr 8, 2026

কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি…

ByByMahesh Malakar Apr 8, 2026

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ নিৰ্বাচন আয়োগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে ছত্তীছগঢ়ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে…

ByByMahesh Malakar Apr 6, 2026
Scroll to Top