• Home
  • অসম
  • ৰাষ্ট্ৰীয়তাবাদৰ পৰা জাতীয়তাবাদলৈ;পদুম এৰি জাহাজত উঠিল ৰাজেন গোঁহাই!
Image

ৰাষ্ট্ৰীয়তাবাদৰ পৰা জাতীয়তাবাদলৈ;পদুম এৰি জাহাজত উঠিল ৰাজেন গোঁহাই!

আজি অসম জাতীয় পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰিলে ৰাজেন গোহাঁই

নগাঁৱৰ পৰা চাৰিবাৰকৈ সাংসদ হৈছিল গোহাঁই

২০২৬ ৰ নিৰ্বাচনত নগাঁওৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা

কিছুদিন পূৰ্বে বিজেপি ত্যাগ কৰিছিল ৰাজেন গোঁহাইয়ে

আজি লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত যোগদান কাৰ্যসূচী সম্পন্ন

ৰাষ্ট্ৰীয়তাবাদৰ পৰা জাতীয়তাবাদলৈ;পদুম এৰি জাহাজত উঠিল ৰাজেন গোঁহাই!

AJP ৰ সভাপতি লুৰীনজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আদৰণি জনায় ৰাজেন গোহাঁইক!

সংঘাতময় সময়ত তথা বিজেপিৰ বেয়া দিনত দলটোৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল ৰাজেন গোহাঁইয়ে!

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top