• Home
  • অসম
  • EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি
Image

EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি

EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি

EXIT POLLৰ মতে আকৌ বিজেপি চৰকাৰ

কিন্তু EXIT POLL ক নস্যাৎ বিৰোধীৰ

ভৱিষ্যতবাণীৰ বিপৰীতে অসমত হ’ব নেকি বিৰোধীৰ চৰকাৰ

ইতিমধ্যে প্ৰকাশ পাইছে EXIT POLL

EXIT POLL ৰ মতে পুনৰ এবাৰ বিজেপিৰ চৰকাৰ

অধিকাংশ আগশাৰীৰ সংস্থাৰ মতে পুনৰ এবাৰ ৰাজ্যত হ’ব বিজেপিৰ চৰকাৰ

কিন্তু বিৰোধীয়ে নস্যাৎ কৰিছে EXIT POLL

EXIT POLL মিছা বুলি দাবী বিৰোধীৰ

এইবাৰ অসমত বিৰোধীয়ে জিকিব বুলি দাবী বিৰোধী ঐক্যৰ

Releated Posts

এইবাৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ বিজয় থালাপতি

এইবাৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ বিজয় থালাপতি বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ বিজয় থালাপতি চৰকাৰ নিৰাপত্তাৰক্ষীৰ চোকা নজৰৰ মাজতে জালত…

ByByMahesh Malakar Jul 5, 2026

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচী

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচীকংগ্ৰেছ, বিজেপি, APHLC দলৰ নেতা-কৰ্মীৰ যোগদানকাৰ্বি আংলং জিলাৰ ২১জনকৈ নেতাই যোগদান কৰেমুখ্য কাৰ্যালয়ত…

ByByMahesh Malakar Jul 4, 2026

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top