• Home
  • অসম
  • বৰ্তমানৰ পৰ্যন্তও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ
Image

বৰ্তমানৰ পৰ্যন্তও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ

বৰ্তমানৰ পৰ্যন্তও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ

৩০ ঘণ্টা পাৰ হ’ল যদিও এতিয়াও জ্বলি আছে মহানগৰীৰ
সাত মহলীয়া স্বাগতা স্কোৱেৰৰ প্ৰাসাদোপম অট্টালিকা ৷ সকলোৰে উৎকণ্ঠা জুই নির্বাপন কৰিবলৈ সক্ষম হ’বনে অগ্নিনির্বাপক বাহিনীয়ে ৷

মঙলবাৰে মাজনিশাৰ পৰা গুৱাহাটীৰ অন্যতম অভিজাত সাতমহলীয়া অট্টালিকা স্বাগতা স্কোৱেৰত যি জুইৰ সূত্রপাত হয়, সি সঁচাকৈয়ে ভয়ংকৰ। গুৱাহাটীৰ অভিজাত অঞ্চল এবিচিত সংঘটিত এই জুই আজি নিশা এই বাতৰি যুগুতোৱা পৰলৈকে নির্বাপিত হোৱা নাই। নিশা ১২ বজাৰ পৰা বাতৰি প্রস্তুত কৰা পর্যন্ত যোৱা ৩৪ ঘণ্টা ধৰি জ্বলিয়ে আছে, জুলিয়ে আছে অট্টালিকাটো। এনেদৰে এটা বৃহৎ অট্টালিকা জ্বলি থকা ঘটনাৰ সাক্ষী হোৱা নাছিল গুৱাহাটী। কেইদিনমান পূর্বে হংকস্তুত কে’বাটাও অট্টালিক ভস্মীভূত হোৱাৰ চৰ্চা বিশ্বজুৰি চলিছিল। সেই আতংকই বিশ্বৰ বহু দেশক সচেতন হ’বলৈ বাধ্য কৰাইছে। অসমতো হংকঙৰ সেই ভয়াৱহ ঘটনাৰ চৰ্চা বাৰুকৈয়ে হৈছিল।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top