• Home
  • অসম
  • দেৰগাঁৱত কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্রচাৰ
Image

দেৰগাঁৱত কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্রচাৰ

  • দেৰগাঁৱত কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্রচাৰ
  • ড০ মৃদুল দত্তৰ হৈ নিৰ্বাচনী প্রচাৰ ৰাজনাথ সিঙৰ
  • মই অসমীয়া কিছু বুজি পাও, কিন্তু ক’ব নাজানো’
  • অসমৰ চাহে সমগ্র বিশ্বতে নিজৰ সুগন্ধি বিয়পাইছে
  • ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে সৰ্বশ্ব উজাৰি দিছে অসমৰ লোকে
  • ইয়ালৈ আহি মই নথৈ আনন্দিত হৈছো
  • আপোনালোকে পুনৰ নিশ্চিত কৰিছে- আকৌ এবাৰ মোডী চৰকাৰ
  • অসমৰ সংস্কৃতি আৰু অখণ্ডাৰ সুৰক্ষাৰ বাবে আমি সদায় দায়বদ্ধ
  • অসমৰ সৈতে কংগ্রেছে সদায় ভেদভাগ কৰিছিল
  • কংগ্রেছে মাহীআইৰ দৃষ্টিৰে চাইছিল অসমক
  • দিল্লীৰ লগতে নিজৰ হৃদয় আৰু মগজুৰ পৰাও আঁতৰাই ৰাখিছিল কংগ্রেছে
  • পূৰ্বে অসমৰ কথা ক’লে কেৱল দৰিদ্রতা, সন্ত্রাসবাদৰ কথা কৈছিল
  • কংগ্রেছৰ মতে সীমান্তৰ গাঁও দেশৰ শেষৰখন গাঁও বুলি কৈছিল
  • কিন্তু প্রধানমন্ত্রী মোডীয়ে সীমান্তৰ শেষৰখন গাঁৱক প্রথমখন গাঁও বুলি অভিহিত কৰিছে
  • কংগ্রেছে আপোনালোকৰ অধিকাৰ কাঢ়ি নিছিল
  • উত্তৰ-পূবে হওক অসমে হওক, উত্তৰ-পূবৰ প্রথম চিন্তা কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে
  • ইয়াৰ বাবে এক পৃথক মন্ত্রালয়ৰ ব্যৱস্থা কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে
  • প্রধানমন্ত্রীয়ে প্রতিগৰাকী মন্ত্রীক সঘনাই উত্তৰ-পূব ভ্রমণৰ নিৰ্দেশ দিছিল
  • ভাৰতৰ সৰ্বাধিক বিকশিত ৰাজ্যলৈ ৰূপান্তৰিত হৈছে অসম
  • ২০২০-২৫লৈ অসমৰ অৰ্থ ব্যৱস্থা ৩৫শতাংশলৈ বৃদ্ধি হৈছে
  • বিজেপিৰ নীতি আৰু উদ্দেশ্য দুয়োটাই স্পষ্ট, যাৰ বাবে আগবাঢ়িছে অসম
  • অসমে ২০৩০ লৈকে অৰ্থব্যৱস্থা ১৫০ বিলিয়ন ডলাৰলৈ নিয়াৰ সংকল্প লৈছে
  • অসমে এই লক্ষ্যত উপনিত হ’ব পাৰিব বুলি মই বিশ্বাসী
  • পূৰ্বে ৬খন মেডিকেল কলেজ থকা অসমত এতিয়া ১৪খন মেডিকেল কলজে
  • আজি অসমৰ স্বাস্থ্য খণ্ডৰ বাজেট ৯হাজাৰ কোটি
  • নামৰূপৰ ১১হাজাৰ কোটিৰ ইউৰিয়া প্রকল্প নিৰ্মাণ হৈছে অসমত
  • ১২লাখ মেট্রিক টন ইউৰিয়া উৎপাপদন হ’ব অসমত
  • অসমে ইউৰিয়াৰ বাবে আনৰ ওপৰত ভৰসা কৰিবলগীয়া নহ’ব
  • ৰে’ল বাজেট পূৰ্বতকৈ বহু বৃদ্ধি হৈছে
  • এসময়ত নেতিবাচক খবৰৰ বাবে জনাজাত আছিল অসম চাহ বাগিচাৰ গৰ্ভৱতী মহিলা সকলক দিয়া হৈছে নগদ ধন
  • বিজেপিয়ে সদায় অসমৰ ভাষা, সংস্কৃতিক সৰ্বোচ্চ সন্মান দিয়াৰ প্রয়াস কৰিছে
  • প্রধানমন্ত্রীৰ নেতৃত্বত অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে
  • চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্রৰ মৰ্যাদা লাভ কৰিছে বিজেপিৰ নেতৃত্বত
  • কংগ্রেছৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাজনাথ সিং
  • ভূপেন হাজৰিকা কেৱল অসমৰে নহয় সমগ্র দেশৰেই সম্পদ আছিল
  • কিন্তু কংগ্রেছে কেতিয়া অসমৰ সংস্কৃতি, সভ্যতাক সন্মান প্রদৰ্শন কৰা পৰিলক্ষিত নহ’ল
  • আমি অসমক সেই সন্মান প্রদানৰ ক্ষেত্রত সৰ্বোচ্চ দিবলৈ সাজু আছো
  • কংগ্রেছে কেৱল EVMকে দোষ দি থাকিলে
  • নিজৰ কৰ্মৰাজিৰ ওপৰত নজৰ দিয়ক কংগ্রেছে

Releated Posts

অসমত ৰেড এলাৰ্ট জাৰি

অসমত ৰেড এলাৰ্ট জাৰি ৰাজ্যত বতৰে ল’ব ভয়াৱহ ৰূপ সাৱধান হওক ৰাজ্যবাসী আগন্তুক ৫ দিন পৰ্যন্ত ৰাজ্যত জাৰি…

ByByMahesh Malakar Jun 28, 2026

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে ‘ৰামৰ নামত…

ByByMahesh Malakar Jun 27, 2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা বিশেষ টীমটোত থাকিব কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জুবিন গাৰ্গৰ ওপৰত গৱেষণা…

ByByMahesh Malakar Jun 26, 2026

গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য

১৩ বছৰীয়া কিশোৰৰ সফল কাৰ্ডিয়াক ষ্টেণ্টিং; গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য​চিকিৎসা বিজ্ঞানৰ এক উল্লেখনীয়…

ByByMahesh Malakar Jun 26, 2026
Scroll to Top