- জাপানত ভূমিকম্পৰ তীব্ৰ জোকাৰণি
- ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৪
- প্রশান্ত মহাসাগৰৰ ১০ কিঃমি গভীৰতাত ভূমিকম্পৰ অভিকেন্দ্ৰ
- উত্তৰ জাপানৰ লগতে টকিঅ’তো অনুভূত কঁপনি
- হুক্কাইডো আৰু ইয়াটেত ছুনামীৰ বিশেষ সতর্কবাণী
- উপকূলীয় অঞ্চলৰ লোকক নিৰাপদ স্থানলৈ যোৱাৰ নিৰ্দেশ

জাপানত ভূমিকম্পৰ তীব্ৰ জোকাৰণি
Tags:
Releated Posts
ফিফা বিশ্বকাপলৈ মাত্ৰ কেইটামান ঘণ্টা
ফিফা বিশ্বকাপলৈ মাত্ৰ কেইটামান ঘণ্টা বিশ্বত ফুটবল বিশ্বকাপৰ উন্মাদনা দুই প্ৰিয় তাৰকা মেছি আৰু ৰোনাল্ডোৰ দুই ভৰিৰ যাদু…
আমেৰিকাৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ
আমেৰিকাৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ বাহৰেইন আৰু কুৱেইটৰ আমেৰিকান সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ ডনাল্ড ট্ৰাম্পক ৰঙাচকু ইৰাণৰ ইৰানৰ…
যুদ্ধবিৰতিৰ পাছত পুনৰ আক্ৰমণ
যুদ্ধবিৰতিৰ পাছত পুনৰ আক্ৰমণ আকৌ আৰম্ভ হ’ব নেকি যুদ্ধ? আমেৰিকাৰ শান্তি আলোচনাৰ প্ৰস্তাৱৰ মাজতে পুনৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা…
১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী
১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী সেই উপলক্ষে ২ জুলাইত অসমলৈ আহিব…















