• Home
  • অসম
  • ৮ ডিচেম্বৰত পোষ্ট মেলনৰ কনচাৰ্টকলৈ পথ নিৰ্দেশনা
Image

৮ ডিচেম্বৰত পোষ্ট মেলনৰ কনচাৰ্টকলৈ পথ নিৰ্দেশনা

৮ ডিচেম্বৰত পোষ্ট মেলনৰ কনচাৰ্টকলৈ পথ নিৰ্দেশনা

বাণিজ্যিক বাহনৰ বাবে পুৱা ১০বজাৰ পৰা বন্ধ থাকিব কেইবাটাও পথ
গধুৰ বাণিজ্যিক যান-বাহন চলাচল বন্ধ থাকিবলগীয়া পথকেইটা-
ছয়মাইল উৰণ সেতুৰ পৰা খানাপাৰাৰ লটাৰীলৈকে বন্ধ থাকিব
ছয়মাইল উৰণ সেতুৰ পৰা বালুঘাট ত্রিপুৰা গলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ বন্ধ থাকিব
বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিললৈ বন্ধ থাকিব
জয়ানগৰ চাৰিআলিৰ পৰা আছাম পাব্লিক ছাৰ্ভিচ কমিছন পইণ্টলৈ বন্ধ থাকিব পথ
খানাপাৰাৰ পৰা বশিষ্ঠলৈকে থকা ৰাষ্ট্রীয় ঘাইপথটোৰ ছাৰ্ভিচ ৰোডো বন্ধ থাকিব
ন’ পাৰ্কিং হিচাপে থকা স্থানসমূহ হৈছে –
জি এছ ৰোডৰ দুয়ো কাষে ছয়মাইলৰ পৰা খানাপাৰা ৰটাৰীলৈকে ন’ পাৰ্কিং
জয়ানগৰ চাৰিআলিৰ পৰা ত্রিপুৰা গলি বালুঘাটলৈকে ন’ পাৰ্কিং
জয়ানগৰ চাৰিআলিৰ পৰা এপিএছচি পইণ্টলৈকে ন’ পাৰ্কিং
ৰাষ্ট্রীয় ঘাইপথৰ ছাৰ্ভিচ ৰোড দুটা ন’ পাৰ্কিং হিচাপে থাকিব
ৰাষ্ট্রীয় ঘাইপথৰ খানাপাৰাৰ পৰা গ্রীণউড ৰিজ’ৰ্টলৈকে ন’ পাৰ্কিং
মহানগৰ আৰক্ষীয়ে পাৰ্কিঙৰ বাবে কৰা ব্যৱস্থাসমূহ-
যিসকল লোক জি এছ ৰোড হৈ গণেশগুৰি ফালৰ পৰা আহিব, তেওঁলোকে ভেটেনাৰী ফাৰ্ম গেট জি এছ ৰোড দিছপুৰত কৰিব পাৰ্কিং
পশু চিকিৎসা মহাবিদ্যালয়ত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে
পাৰ্কিঙক লৈ আৰক্ষীৰ ছ’চিয়েল মিডিয়া পেজ ফল’ কৰিবলৈ আহ্বান
আৰক্ষীৰ ছ’চিয়েল মিডিয়া পেজত সময়ে সময়ে পাৰ্কিঙৰ আপডেট পাই থাকিব দৰ্শকে
৩.৩০ বজাৰ পৰা প্রৱেশ কৰিব পাৰিব পশু চিকিৎসাে মহাবিদ্যালয় খেলপথাৰত
ছয় মাইলৰ পৰা খানাপাৰালৈ দুয়ো কাষে বাহন পাৰ্কিং কৰিব নোৱাৰিব
ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে, জয়ানগৰত ন’ পাৰ্কিং থাকিব
কেইবাটাও স্থানত বাইক, চাৰিচকীয়া বাহনৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা
৩হাজাৰ বাহন, ১২০০ বাইক পাৰ্কিঙৰ ব্যৱস্থা
২০ হাজাৰৰ পৰা ২২হাজাৰ লোক সমবেত হ’ব অনুষ্ঠানত

Releated Posts

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হব অখিল গগৈ দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ…

ByByMahesh Malakar Feb 24, 2026
Scroll to Top