• Home
  • ৰাজনৈতিক
  • কংগ্ৰেছৰ ২২ জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ 
Image

কংগ্ৰেছৰ ২২ জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ 

 কংগ্ৰেছ দলে বৃহস্পতিবাৰে ঘোষণা কৰিলে ২২ জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা । ইয়াৰ পূৰ্বে কংগ্ৰেছে ৪২ জনীয়া প্ৰথমখন আৰু ২৩ জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল ।

এতিয়ালৈকে কংগ্ৰেছে ৮৭ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে । আনহাতে কংগ্ৰেছে ১৫ টা সমষ্টি মিত্রদলক এৰি দিছে । সেই হিচাপত এতিয়াও ২৪ টা সমষ্টি বাকী আছে ।কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা অনুসৰি –

  1. কোকৰাঝাৰত মানিক চন্দ্র ব্রহ্ম
  2. বাওখুংগ্রীত চাপালী মাৰাক
  3. পৰ্বতঝোৰাত আশ্রাফুল ইছলাম শ্বেখ
  4. ধুবুৰীত বেবী বেগম
  5. জলেশ্বৰত আফতাব উদ্দিন মোল্লা
  6. অভয়াপুৰীত প্রদীপ সৰকাৰ
  7. ছিদলী-চিৰাঙত মতিলাল নাৰ্জাৰী
  8. চেঙাত আব্দুৰ ৰহিম আহমেদ
  9. পাকা বেতবাৰীত জাকিৰ হুছেইন শিকদাৰ
  10. বাক্সাত জগদীশ মদাহী
  11. তামুলপুৰত ৰফি দৈমাৰী
  12. ওদালগুৰিত সুৰেন দৈমাৰী
  13. লাহৰীঘাটত ড৹ আছিফ মহম্মদ নাজাৰ
  14. নগাঁও-বটদ্রৱাত ড৹ দুৰ্লভ চমুৱা
  15. নদুৱাৰত সুনীল চেত্রী
  16. ৰঙানদীত জয়ন্ত খাউণ্ড
  17. লখিমপুৰত ঘন বুঢ়াগোহাঁই
  18. ঢকুৱাখনাত আনন্দ নৰহ
  19. মাকুমত শিৱনাথ চেতিয়া
  20. খুমটাইত ৰ’জলীনা তিৰ্কী
  21. হাওৰাঘাটত সঞ্জীৱ টেৰণ
  22. আলগাপুৰ-কাটলিচেৰাত জুবেইৰ আনম মজুমদাৰক প্রাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

Releated Posts

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে ‘ৰামৰ নামত…

ByByMahesh Malakar Jun 27, 2026

বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন

বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন ৰাম মন্দিৰৰ চুৰিৰ আঁৰত দেশৰ নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ ‘চম্পট ৰায়ৰে মিলি বৃহৎ…

ByByMahesh Malakar Jun 22, 2026

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! শিক্ষাবিভাগৰ কোনো ৱেবছাইটত কিয় নাই মুখ্যমন্ত্ৰীৰ গৱেষণা পত্ৰৰ তথ্য…

ByByMahesh Malakar Jun 20, 2026

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top