• Home
  • অসম
  • ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি
Image

ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল। ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল। ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি

কামৰূপ(ম)ৰ আয়ুক্ত সুমিত ছাট্টোৱানক বদলি তিনিচুকীয়ালৈ।তিনিচুকীয়াৰ আয়ুক্ত স্বপ্নীল পালক কামৰূপ (ম)ৰ দায়িত্ব।শিৱসাগৰৰ আয়ুক্ত আয়ুস গাৰ্গক কাছাৰলৈ বদলি। কাছাৰৰ আয়ুক্ত মৃদুল যাদৱক শিৱসাগৰৰ দায়িত্ব। ধুবুৰীৰ আয়ুক্ত দিবাকৰ নাথক বঙাইগাঁৱলৈ বদলি। বঙাইগাঁৱৰ আয়ুক্ত নৱদ্বীপ পাঠকক ধুবুৰীৰ দায়িত্ব। দৰঙৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিক গোলাঘাটৰ দায়িত্ব। কোকৰাঝাৰৰ আয়ুক্ত মাছন্দা মেগডালিন পার্টিনক নতুন দায়িত্ব। অসম চৰকাৰৰ বিত্তীয় বিভাগৰ যুটীয়া সচিব হিচাপে দায়িত্ব পার্টিনক। পৰিৱেশ আৰু বনবিভাগৰ যুটীয়া সচিব চিমি কৰনক তামুলপুৰৰ উপায়ুক্তৰ দায়িত্ব। কাৰ্বি আংলঙৰ আয়ুক্তৰ দায়িত্ব IAS আৰণ্যক শইকীয়াক। দৰঙৰ আয়ুক্তৰ দায়িত্ব দিয়া হৈছে পূবালী গোহাঁইক। কাৰ্বি আংলঙৰ আয়ুক্ত নীৰলা ফাংছ’পিকো নতুন দায়িত্ব অর্পণ। গোলাঘাটৰ আয়ুক্ত পুলক মহন্তকো নতুন দায়িত্ব অর্পণ। তামুলপুৰৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীক কোকৰাঝাৰৰ দায়িত্ব।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top