• Home
  • দেশ
  • কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা,
Image

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা,

আজি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল  ঘোষণা কৰা হ’ল । আজি ঘোষিত ফলাফলত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে ৰাজস্থানৰ অনুজ অগ্নিহোত্ৰীয়ে। দ্বিতীয় স্থান লাভ কৰিছে ৰাজেশ্বৰী শোভে এমে। তৃতীয় স্থানত উজলিল আকাংক্ষ ধূল। চতুৰ্থ স্থান লাভ কৰিছে ৰাঘৱ ঝুনঝুৱালাই। দেশৰ ভিতৰতে পঞ্চম স্থানত উজলিল ঈশান ভাটনাগৰ।

মুঠ ৯৫৮গৰাকী নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে UPSCয়ে। য’ত General শ্ৰেণীৰ পৰা ১২৯গৰাকী প্ৰাৰ্থী আছে, EWS ২৬গৰাকী, OBC শ্ৰেণীৰ ৮৬গৰাকী, SCৰ ৮গৰাকী, STৰ ৬গৰাকী, PwBD-1ৰ এগৰাকী, PwBD-2ৰ ২গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে।৫৭০সংখ্যক স্থান লাভ কৰিছে অসমৰ অভিজ্ঞানজ্যোতি বৰাই। একেদৰ, ৭৭৭ সংখ্যক স্থানত উজলিল ভাস্বত শইকীয়া।

Releated Posts

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই ‘মোক মৌন কৰোৱা হৈছে’ ‘সদনত ভাষণ দিয়া বন্ধ কৰা হৈছে’…

ByByMahesh Malakar Apr 3, 2026

হঠাৎ আপৰ সাংসদ ৰাঘৱ চাদ্দাক অপসাৰণ

হঠাৎ আপৰ সাংসদ ৰাঘৱ চাদ্দাক অপসাৰণ উপ-দলপতি পদৰ পৰা আপে অপসাৰণ কৰে চাদ্দাক শেহতীয়াকৈ কেইটবাটাও ঐতিহাসিক বিষয় ৰাজ্যসভাত…

ByByMahesh Malakar Apr 2, 2026

আকৌ জনতাৰ মূৰত মাধমাৰ!

আকৌ জনতাৰ মূৰত মাধমাৰ! গেছ নাটনিৰ মাজতে আকাশলংঘীভাৱে বাঢ়িলে LPG চিলিণ্ডাৰৰ মূল্য ১৯৫ টকা পৰ্যন্ত বৃদ্ধি চিলিণ্ডাৰৰ দাম…

ByByMahesh Malakar Apr 1, 2026
Scroll to Top