দিন দুপৰতে ভাটিপাৰাত চোৰে চলালে ছাফাই অভিযান…

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটিপাৰা আজিজুল হকৰ ঘৰত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান। ৰাতিপুৱা ১১ মান বজাত আজিজুল হকৰ পন্তীয়ে ওচৰতে থকা বেলেগৰ ঘৰত গাখীৰ আনিবলৈ গৈছিল। ১৫ মিনিট মানৰ ভিতৰত ঘৰলৈ ঘুৰি আহি চায় যে দৰ্জাৰ তোলা ভাঙা, ভিতৰত বস্তু সমূহ লণ্ড ভণ্ড হৈ পৰি আছে। ড্ৰয়াৰ খুলি চায় সোণৰ অলংকাৰ … Read more

লখিমপুৰ জিলাৰ লালুকৰ বাৰমাইলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ দাৱীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ…

লখিমপুৰ জিলাৰ লালুকৰ বাৰমাইলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ দাৱীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ৷ দ’লহাটৰ পৰা লালুকলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ’গাত পৰি সংঘটিত হৈছে| বহু পথ দূৰ্ঘটনা৷ য’ত কেইবাজনো লোকে হেৰুৱাইছে প্ৰাণ৷ শতাধিক ৰাইজৰ সহযোগত অসমীয়া যুৱ মঞ্চই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি তৎকালীন ভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ দাৱী জনাই৷

আজি নগাঁও জিলাৰ ৰহা সমষ্টিত বহুকেইতা পথৰ আধাৰশিলা স্থাপন…

আজি নগাঁও জিলাৰ ৰহা সমষ্টিত বহুকেইতা পথৰ আধাৰশিলা স্থাপন….বিধায়ক শশী কান্ত দাসৰনগাঁও জিলাৰ ৰহা সমষ্টিত Sopd-G (GWC) আচনিৰ অধীনত ৰহা বাৰপূজীয়া পথ,পলাশবাৰী নামঘৰ তিনিআলিৰ পৰা পলাশবাৰী গাওঁ সংযোগী পথ, ডিমৌ ৰাইদ ৰাইদঙ্গীয়া পথৰ শিৱ মন্দিৰৰ পৰা উত্তৰ পেটবঢ়া গাওলৈ সংযোগী পথকে ধৰি লোক নিৰ্মাণ পথ বিভাগৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে,লগত … Read more

গছৰ ডালত বহি কুলি কেতেকীয়ে দিছে বহাগ অহাৰ বতৰা , তেনে সময়তে সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডতো চলিছে বিহু নাচৰ আখৰা …

জাগীৰোডৰ জাগীভকতগাঁৱত উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত পাচ দিনীয়া বিহু নাচৰ আখৰাগছৰ ডালত বহি কুলি কেতেকীয়ে দিছে বহাগ অহাৰ বতৰা ৷ অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ তেনে সময়তে সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডতো চলিছে বিহু নাচৰ আখৰা । জাগীৰোডৰ উত্তৰন সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত আয়োজন কৰা ৫ দিনীয়া বিহুনাচৰ আখৰাত বিভিন্ন প্ৰান্তৰ … Read more

ঈদৰ পূৰ্বে ৩২ লাখ মুছলমানলৈ ডাঙৰ খবৰ,লাখ লাখ মুছলমানে লাভ কৰিব চৰকাৰৰ পৰা উপহাৰ…

ঈদৰ পূৰ্বে ৩২ লাখ মুছলমানলৈ ডাঙৰ খবৰ,লাখ লাখ মুছলমানে লাভ কৰিব চৰকাৰৰ পৰা উপহাৰ,অত্যাৱশ্যকীয় সামগ্ৰীৰ বিশেষ ঈদ উপহাৰ মোদী চৰকাৰৰ,সৌগাত-ই-মোদীৰ চৰ্চা সমগ্র দেশত,এই কিটৰ মূল্য ৫০০ টকাৰ পৰা ৬০০ টকাৰ ভিতৰত, এই কিটত থাকিব খেজুৰ, ড্রাই ফুড, সাজ-পোছাক,মহিলা কিটত সূতাৰ কাপোৰ আৰু পুৰুষৰ কিটত থাকিব কুর্তা-পায়জামা ,বৰ্তমানৰ চৰকাৰখনে ধৰ্মৰ উর্ধত গৈ সকলো চিন্তা কৰে ।’হিন্দু-মুছলমানৰ … Read more

লংকাৰ উদালিত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ভয়ংকৰ অনিয়মৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি উদালি উন্নয়ণ খণ্ডৰ অন্তৰ্গত পশ্চিম উদালি গাওঁ পঞ্চায়তৰ ২ নং ৰামনগৰত দীলাৰা খাটুন নামৰ মহিলা গৰাকী নামত এটা প্ৰধান মন্ত্ৰী আৱাস গৃহ অনুমোদন হৈছিল।মহিলা গৰাকী সকলো নথি পত্ৰ থিকেই আছিল যদিও দীলাৰা খাটুনৰ পৰিবৰ্তে দীলাৰা হুছেইন আহিল।।ইয়াৰে সুযোগ গ্ৰহণ কৰি ২নং ৰামনগৰৰ যুৱ কংগ্ৰেছৰ নেতা গিয়াছ উদ্দিনে উপাধিটো শুদ্ধৰাই দিয়াৰ নামত দীলাৰা খাটুন … Read more

নগাঁও জিলাৰ ৰহা নামগাঁৱৰ মহিলাসকলৰ দ্বাৰা বিহু কৰ্মশালা অনুষ্ঠিত,ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি…

নগাঁও জিলাৰ ৰহা নামগাঁৱৰ মহিলাসকলৰ দ্বাৰা বিহু কৰ্মশালা অনুষ্ঠিত…ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ৰহাৰ নামগাঁৱতো চলিছে ৰঙালী আদৰাৰ ব্যাপক প্ৰস্তুতি ,নগাঁও জিলাৰ ৰহা নামগাঁও মহিলা সকলৰ দ্বাৰা যোৱা ২৩ মাৰ্চৰ পৰা অহা ৩ এপ্ৰিল লৈকে নামগাঁও ৰাজহুৱা ভৱনত ঢোল বাদন , বিহু নাচ,বিহুগীত, জেংবিহু কৰ্মশালা অনুষ্ঠিত হৈ আছে এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত … Read more

আগন্তুক ২ এপ্ৰিলত ৰাভা হাছাং স্বায়ত্ত শাষিত পৰিষদ নিৰ্বাচন,সাজু হৈছে সকলো ৰাজনৈতিক দলৰ নিজৰ প্ৰাৰ্থীক জয় যুক্ত কাৰাৰ জোৰদাৰ নিবাৰ্চনী প্ৰচাৰ…

আগন্তুক ২ এপ্ৰিলত ৰাভা হাছাং স্বায়ত্ত শাষিত পৰিষদ নিৰ্বাচন,সাজু হৈছে সকলো ৰাজনৈতিক দলৰ নিজৰ প্ৰাৰ্থীক জয় যুক্ত কাৰাৰ জোৰদাৰ নিবাৰ্চনী প্ৰচাৰ।কামৰূপ জিলা | অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগতো পলাশবাৰী সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভা|পলাশবাৰী সমষ্টিৰ উমচুৰ শিলপোতা, বৰদুৱাৰ বাগান জাৰাপাতা, ৰাণীকে আদি কৰি বিভিন্ন ঠাইত নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে অসম … Read more

ৰাজ্যবাসীলৈ ভাল খবৰ দিলে চৰকাৰে,ৰাজ্যবাসীলৈ ভাল খবৰ দিলে চৰকাৰে…

ৰাজ্যত ১এপ্ৰিলৰ পৰা হ্রাস পাব বিদ্যুতৰ মাচুল,অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা|১এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব বিদ্যুতৰ নতুন নিৰিখ, প্রতি ইউনিটত ১ টকাকৈ হ্রাস পাব বিদ্যুৎ মাচুল| সাধাৰণ ঘৰুৱা গ্রাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ হ্রাস,১২০ ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্রযোজ্য এই নিৰিখি| সকলো গ্ৰাহকৰ বাবে প্রতি ইউনিটতত হ্রাস … Read more

গুৱাহাটীত আজি ৰাজস্থান আৰু কলকাতাৰ মাজত হাইভল্টেজ মেচ, সেয়েহে গুৱাহাটীত যানবাহন চলাচলত ব্যাপক সালসলনি…

নিশা ৭.৩০ৰ পৰা আৰম্ভ হ’ব হাইভল্টেজ মেচখন,অধিনায়ক হিচাপে আজি বৰ্ষাপাৰাত ৰিয়ান পৰাগৰ প্ৰথমখন মেচ|IPLৰ বাবে গুৱাহাটীত যানবাহন চলাচলত ব্যাপক সালসলনি,গুৱাহাটীত পথ নিৰ্দেশনাত ব্যাপক সাল-সলনি,দিনৰ ২ বজাৰ পৰা মাজ নিশালৈ বন্ধ থাকিব বাণিজ্যিক বাহন চলাচল, ২৬ মাৰ্চত বর্ষাপাৰা অভিমুখী সকলো পথত নিষিদ্ধ বাণিজ্যিক বাহন,BK কাকতি পথ, AK আজাদ ৰোড, AK দেৱ ৰোড,কুল কুসুম পথ, ভূপেন হাজৰিকা … Read more