অসম
হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ
হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ আজি দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ কৰা কথা আছিল প্ৰিয়ংকা গান্ধীৰ আজি গোৱাহাটীৰ…
আজি মুখ্যমন্ত্ৰীৰ সৈতে ভূপেন বৰাৰ বৈঠক
মুখ্যমন্ত্ৰীৰ বাসগৃহত হ’ব গুৰুত্বপূৰ্ণ বৈঠক পৰৱৰ্তী ৰাজনৈতিক বিষয়ক লৈ হ’ব আলোচনা সন্ধিয়া ৬ বজাত সংবাদমেল সম্বোধন কৰিব ভূপেন…
পুনৰ বিতৰ্কৰ আৱৰ্তত অসম লোকসেৱা আয়োগ
পুনৰ বিতৰ্কৰ আৱৰ্তত অসম লোকসেৱা আয়োগ ।সোমবাৰে বিয়লি ঘোষণা কৰা হয়২০২৪ চনৰ CCE পৰীক্ষাৰ চূড়ান্ত ফলাফল কিন্তু কেইঘণ্টামানৰ…
সোণাপুৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ ধৰ্ণা কাৰ্যসূচী
সোণাপুৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ ধৰ্ণা কাৰ্যসূচী। কেইবাটাও দাবীৰে আজি চাহ জনজাতি ছাত্ৰ সন্থা…

মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বিশাল ৰেলীৰে মনোনয়ন দাখিলৰ দিশে আগবাঢ়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী…
অসম গণ পৰিষদৰ ২৬জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা
বোকাখাত সমষ্টিৰ প্ৰাৰ্থী অতুল বৰাকলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেৱশ মহন্তবঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীবৰপেটা সমষ্টিৰ প্ৰাৰ্থী দীপক কুমাৰ দাসটিয়ক…






















