মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী

মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী হাটশিঙিমাৰী পিপুলবাৰী গাঁৱত আৰক্ষীৰ অভিযানত জব্দ সামগ্রীখিনি আকবৰ আলী নামৰ এজনৰ ঘৰৰ পৰা জব্দ বিস্ফোৰকখিনি মোস্তাফা ৰহমান নামৰ আন এজনো জড়িত এই সামগ্ৰী সৰবৰাহত বর্তমান পলাতক অবস্থাত আছে মোস্তাফা ৰহমান ৭/৮ মাহ পূর্বে ভুৰাকাটা গাঁৱৰ এজন লোকৰ ঘৰত লুকুৱাই ৰাখিছিল সামগ্রীখিনি ৰেজাউল কৰিম নামৰ লোকজনৰ ঘৰত পূৰ্বে লুকুৱাই ৰখা … Read more

সৰস্বতী পূজাৰ দিনটোতে নলবাৰীত শোকাৱহ ঘটনা

প্ৰেমিকৰ সৈতে বিহপান কৰি প্ৰেমিকাৰ মৃত্যু প্ৰেমৰ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি দুই কিশোৰ-কিশোৰীয়ে একেলগে কৰিলে বিহপান শুশ্রুষা হাস্পতালত মৃত্যু কিশোৰীগৰাকীৰ সাঁৰথি হাস্পতালৰ ICU ত মৃত্যুৰে যুঁজিছে কিশোৰজনে কিশোৰ-কিশোৰীদ্বয়ৰ ঘৰ নলবাৰীৰ দীপ্তা সুৰাদীত পুৱা দুয়ো ওলাই গৈছিল সৰস্বতী পূজা চাবলৈ তাৰ পাছতে কিশোৰ-কিশোৰীদ্বয়ে মিলি কৰিছিল বিহপান মৃত কিশোৰীগৰাকী বৰমাৰ ছানৰাইজ একাডেমীৰ ছাত্রী চিকিৎসাধীন ছাত্রজন বৰমাৰ কেমব্রিজ একাডেমীৰ

গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ-জঘন্য কাণ্ড।

গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ-জঘন্য কাণ্ড। অশালীন ভিডিঅ’ বনোৱাৰ পৰিকল্পনাৰে এগৰাকী বিদেশী যুৱতীক দলবদ্ধ অপকৰ্মৰ চেষ্টা ৭ নৰপিশাচৰ। দিছপুৰ লাষ্টগেটৰ হোটেলৰ কোঠাত ৬ যুৱকে অশালীন ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবে বাধ্য কৰাইছিল বিদেশী যুৱতীক। ৬ যুৱকে মিলি যুৱতীগৰাকীৰ শ্লীলতা হানিৰ লগতে কেমেৰাত ৰেকৰ্ডিং কৰে …

নাজিৰা পাতঘৰ চাৰিআলিত শিলৰ ক্ৰেচাৰত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ।

নাজিৰা পাতঘৰ চাৰিআলিত শিলৰ ক্ৰেচাৰত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। শিলৰ ক্ৰেচাৰ ডাষ্টত পোত গৈ থকা অৱস্থাত উদ্ধাৰ দিপালী আগৰিয়া নামৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ। গেলেকী ত্ৰিবেণী হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল দিপালী আগৰিয়া । যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছিল ছাত্ৰী গৰাকী। ছাত্ৰী গৰাকীৰ ঘৰ মেঠনচোৱাৰ উৰিয়া বস্তিত।

তামুলপুৰ জিলাৰ খন্দিকৰত নিশা ৰাইজে আটক কৰিলে গৰু চোৰক।

তামুলপুৰ জিলাৰ অন্তৰ্গত খন্দিকৰত যোৱা নিশা গোহালিৰ গৰু চুৰি কৰিবলৈ অহা এজন গৰু চোৰক ৰাইজে আটক কৰিবলৈ সক্ষম হয় । নিজকে কাউৰবাহাৰ সমিপৰ কেলেংচকৰ নবিন ডেকা বুলি পৰিচয় দিয়া ধৃত চোৰজনে জানিবলৈ দিয়া মতে একে গাঁওৰে তিনিজন ব্যক্তি গৰু চোৰ কৰিবলৈ আহিছিল যদিও উদ্ধৱ ডেকা আৰু মোহন নাথ ডেকা পলায়ন কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য … Read more

শোণিতপুৰৰ চিৰাজুলি ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু।

চিৰাজুলিৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰৰ মৃত্যুক কেন্দ্ৰকৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ শুক্ৰবাৰে দিনৰ ১১ বজাত তদন্তৰ বাবে চিৰাজুলিত উপস্থিত হ’ল ঢেকীয়াজুলি আৰক্ষী ৷ উত্থাপিত অভিযোগ অনুসৰি যোৱা ১৮ জানুৱাৰী তাৰিখে চিৰাজুলিস্থিত নিউ হৰিজন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এগৰাকী শিক্ষকে অমন মাহাতো নামৰ এগৰাকী ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ উঠিছে ৷ ইয়াৰ পিছতে কালি … Read more

জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ…

জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ জুৰীয়া আৰক্ষীৰ অভিয়ানত বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ জব্দ জুৰীয়াৰ কুলুপাৰাত নিশা জুৰীয়া আৰক্ষীৰ সফল অভিযান। পুৰনা লোহা টিনৰ ব্যৱসায়ী আব্দুল কুদ্দুছৰ ঘৰত আৰক্ষীৰ অভিযান। জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিভূতি থাপ্পাৰ নেতৃত্বত জুৰীয়াৰ কুলুপাৰাত আব্দুল কুদ্দুছৰ ঘৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান। আৰক্ষীৰ অভিযানত দুই কুখ্যাত ড্ৰাগছ পেডলাৰক আটক কৰাৰ লগতে … Read more

কামাখ্যা মন্দিৰ চৌহদত EDৰ অভিযান

Kamakhya Temple

কামাখ্যা মন্দিৰ চৌহদত EDৰ অভিযান🔸 কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ পূৰ্বৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত অভিযান🔸 মন্দিৰ নিৰ্মাণ সামগ্ৰীৰ নামত কোটি টকাৰ কেলেংকাৰী🔸 ৭ কোটি ৬২ লাখ টকাৰ কেলেংকাৰী দেৱোত্তৰ ব’ৰ্ডৰ🔸 ২০০৩ৰ পৰা ২০১৯ৰ ভিতৰত হৈছিল এই কেলেংকাৰী🔸 অভিযানত জব্দ ১ কোটি ৮২ লাখ টকাৰ বীমা পলিচি🔸 অভিযুক্ত বিষয়ববীয়াৰ আত্মীয়ৰ সা-সম্পত্তিৰ নথি-পত্ৰও জব্দ🔸 ২৭টা বেংক … Read more

পত্নীক নৃশংসভাৱে হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰি প্ৰেচাৰ কুকাৰত বইল কৰিলে দেহৰ টুকুৰা।

পত্নীক নৃশংসভাৱে হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰি প্ৰেচাৰ কুকাৰত বইল কৰিলে দেহৰ টুকুৰা। পাছত দেহৰ অৱশিষ্টখিনি এটা হ্ৰদত পেলাই দিলে পাষাণ স্বামীয়ে। এই নৃশংস ঘটনা সংঘটিত হ’ল তেলেংগানাৰ হায়দৰাবাদ চহৰৰ জিলেলাগুডা অঞ্চলত। হত্যাকাৰী স্বামী গুৰুমূৰ্তি পেচাত এজন প্ৰাক্তন সেনা জোৱান আছিল। হত্যাৰ বলি হোৱা মাধৱী নামৰ মহিলাগৰাকীৰ আছিল দুটি সন্তান। বিগত ৫ বছৰ ধৰি … Read more

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ।বহিঃৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল’লে গোৰেশ্বৰৰ ২২ বছৰীয়া যুৱকে। ২২ বছৰীয়া পুত্ৰৰ অকাল বিয়োগত হিয়া ভগা কান্দোন এগৰাকী দুৰ্ভগীয়া মাতৃৰ। গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠেনী গাৱৰ অজিত ৰাজবংশী আৰু পুৱালী ৰাজবংশীৰ ২২ বছৰীয়া পুত্ৰ গীৰেন ৰাজবংশীৰ মৃত্যুক লৈ সৃষ্টি হৈছে এতিয়া ৰহস্যৰ। একেখন গাৱৰে তিনি বন্ধুৰ সৈতে গোৱালৈ … Read more