কোকিলা মনোকোচা বজাৰৰ আবুল কাশেমৰ গেলামালৰ দোকানত দুৰ্বৃত্তই লগাই দিলে জুই

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা মনোকোচা বজাৰৰ আবুল কাশেমৰ গেলামালৰ দোকানত দুৰ্বৃত্তই লগাই দিলে জুই। অগ্নিসংযোগ কৰা হাচিবুল হক নামৰ যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়া হয়। অগ্নিসংযোগ কৰাৰ সময়ত স্থানীয় লোকে হাতেলোটে কৰায়ত্ব কৰে যুৱকজনক। বুধবাৰে আবুল কাশেমক লম্পট হাচিবুল হকে ছুৰী লৈ হত্যাৰ চেষ্টা কৰে। আনকি হাচিবুল হক নামৰ উদণ্ড … Read more

‘মই অকলশৰীয়া মানুহ.. ভয়ত থাকো.. মোক গুৰুত্ব নিদিয়ে.. মই ক’তো সুৰক্ষা পোৱা নাই…’ছয়গাঁৱৰ মাজপাৰাত ভূমি ক্ৰয়-বিক্ৰয়ৰ নামত বিধৱা মহিলাক নিৰ্যাতনৰ লগতে ভয় ভাবুকি প্ৰদানৰ অভিযোগ

‘মই অকলশৰীয়া মানুহ.. ভয়ত থাকো.. মোক গুৰুত্ব নিদিয়ে.. মই ক’তো সুৰক্ষা পোৱা নাই…’ছয়গাঁৱৰ মাজপাৰাত ভূমি ক্ৰয়-বিক্ৰয়ৰ নামত বিধৱা মহিলাক নিৰ্যাতনৰ লগতে ভয় ভাবুকি প্ৰদানৰ অভিযোগ। পূৰ্ণিমা নাথ নামৰ এই বিধৱা মহিলা গৰাকীক পেচাত শিক্ষক আলাউদ্দিন শ্বেখ নামৰ ব্যক্তিগৰাকীয়ে দীৰ্ঘদিনৰ পৰা ভূমিকেন্দ্ৰিক কথা বতৰাক লৈ বিভিন্ন ধৰণে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক্ৰমক লৈ ভয়-শংকাত … Read more

বিবাহিত পুৰুষৰ লগত এক সন্তানৰ মাতৃৰ পলাই আহি মন্দিৰত বিয়া, ধুবুৰী জিলাৰ উত্তৰ ৰায়পুৰত চাঞ্চল্য

বিবাহিত পুৰুষৰ লগত এক সন্তানৰ মাতৃয়ে পলাই আহি মন্দিৰত পাতিলে বিয়া। কিছুদিন পিছতেই তিতা কেৰেলাৰ দৰে হৈ পৰিল সেই প্ৰেম। ফেচবুকৰ প্ৰেমে ভাঙিলে সংসাৰ। ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ দ্বিতীয় খণ্ড গাঁৱত এগৰাকী বিবাহিত মহিলাক এবছৰ পূৰ্বে ফেচবুকত প্ৰেম কৰি পলুৱাই আনি বিয়া কৰাই সংসাৰৰ নামত নিতৌ আতিসয্য চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি … Read more

ধোঁৱাচাঙত বিহালীৰ জল জীৱন আঁচনি, ৩ বছৰে সম্পূৰ্ণ নহ’ল কাছকটা জল জীৱন আঁচনিৰ কাম

ধোঁৱাচাঙত বিহালীৰ জল জীৱন আঁচনি ৩ বছৰে সম্পূৰ্ণ নহ’ল কাছকটা জল জীৱন আঁচনিৰ কাম। বিহালীৰ বহুকেইটা আঁচনি এতিয়ালৈকে সম্পূৰ্ণ নহ’ল। ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে বিহালীত। বিশ্বনাথ চাৰিআলি সংমণ্ডলৰ (জলসিঞ্চন)অধীনৰ বিহালীৰ কাছকটা জল জীৱন আঁচনি লগতে বিহালীৰ বহুকেইটা আঁচনিৰ এতিয়ালৈকে কাম সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰে। কানসাৰ নাই বিভাগীয় কতৃৰ্পক্ষৰ। আচলতে এনেকৈ চলিছে … Read more

গুৱাহাটীৰ লাচিত নগৰৰ ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু।

ভাড়াঘৰত উদ্ধাৰ হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ। গুৱাহাটীত বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। পৰিয়ালৰ অভিযোগ, স্বামীয়ে হত্যা কৰিছে কাৰিশ্মা দাসক। দুই বজাতেই পোহৰলৈ আহিছিল মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা। শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰিশ্মা। পৰিয়ালৰ মতে স্বামীয়ে হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ … Read more

একাংশ ছাত্ৰ-ছাত্ৰী তথা বৃহত্তৰ বেলতলা বাসী ৰাইজৰ সৈতে লৰা ধেমালি কৰিছে গুৱাহাটী পৌৰ নিগমে…

গুৱাহাটী পৌৰ নিগমৰ ভয়ংকৰ কাণ্ড ।একাংশ ছাত্ৰ-ছাত্ৰী তথা বৃহত্তৰ বেলতলা বাসী ৰাইজৰ সৈতে লৰা ধেমালি কৰিছে গুৱাহাটী পৌৰ নিগমে ।কিয়নো তিনিটা দাষ্টবিনৰ বাবে এতিয়া যমৰ যতনা ভুগিছে ৰাইজে।প্ৰশাসনক বাৰাম্বাৰ কাতৰ অনুৰোধ জনোৱাৰ পিছতো আঁতৰ নহল এই দাষ্টবিনকেইটা।বেলতলা ছাত্ৰ সসন্থাৰ স্পষ্ট কথা যদি এই দাষ্টবিনকেইটা অহা দুদিনৰ ভিতৰত এই স্থানৰ পৰা আঁতৰ কৰা নহয় তেনে হলে … Read more

ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ সৰবৰাহকাৰী আটক…..

ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ সৰবৰাহকাৰী আটক।বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰীজনৰ পৰা উদ্ধাৰ ৫ কেজি ৫০০ গ্ৰাম গাঞ্জা।আটকধানী সৰবৰাহকাৰীজন উত্তৰ প্ৰদেশৰ সুৰজপুৰৰ ধীৰাজ তিৱাৰী ।যাত্ৰীবাহী বাছযোগে ৰাওনা হোৱাৰ সময়তে ৰঙিয়া নগৰৰ ভূটান বাছ আস্থানত আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় সামগ্ৰী সহ সৰবৰাহকাৰী জনক আটক কৰে ।

গাঁও পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাইজৰ ক্ষোভৰ বলি হ’ল দেৱজিত ৰাজবংশী….

গাঁও পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি।ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাইজৰ ক্ষোভৰ বলি হ’ল পালেংবাৰী গাঁও পঞ্চায়তৰ সদ্যবিজয়ী বিজেপি দলৰ সদস্য (কাউন্সিলৰ) দেৱজিত ৰাজবংশী।পালেংবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং পালেংবাৰীত পালেংবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত সদ্যবিজয়ী বিজেপি দলৰ সদস্য (কাউন্সিলৰ) দেৱজিত ৰাজবংশীৰ লগত পালেংবাৰীৰ ৰাইজৰ তীব্ৰ বাক বিতণ্ডাৰ লগতে হতাহতি পৰ্যন্ত সংঘটিত হয়। স্থানীয় ৰাইজৰ … Read more

মানকাচৰত এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনা….

মানকাচৰত এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনাই তী*ব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত বামনপাৰা গাঁৱৰ হাছমত আলীৰ ল’ৰা সমেৰ আলী নামৰ এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনাই অঞ্চল জুৰি তী*ব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে।জানিব পৰা মতে সমেৰ আলী নামৰ লোক জনে দুজন মানুহক লগতলৈ মানূল্লাপাৰাত গৈছিল আৰু অহাৰ সময়ত প্ৰথমতে গাড়ীৰ পৰা চোঁচৰাই নমাৱলৈ … Read more

মানকাচৰত এজেপি বিজেপি মিত্ৰজোঁটৰ বিজয়ী দলৰ সমৰ্থকক মাৰপিট…

মানকাচৰত এজেপি বিজেপি মিত্ৰজোঁটৰ বিজয়ী দলৰ সমৰ্থকক মাৰপিট।কংগ্ৰেছ দলৰ সমৰ্থকে মাৰপিট কৰাৰ অভিযোগ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁওৰ এজেপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছত উক্ত ৱাৰ্ডৰ মানুহে এখন ৰেলি উলিয়ায়। উক্ত ৰেলী খন ৱাৰ্ড খনৰ ইমূৰৰপৰা পৰা সিমূৰলৈকে লৈ গৈ থকা অৱস্থাত বিপৰীত ফালৰ পৰা কংগ্ৰেছ দলৰ সমৰ্থকে সহিদুৰ ৰহমান … Read more