Image

বি পি এফৰ ১১ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

ঘোষণা হ’ল বি পি এফৰ প্ৰাৰ্থী তালিকা ৷ বৃহস্পতিবাৰে নিশা কোকৰাঝাৰস্থিত বি পি এফ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১১ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷

“প্ৰমীলা ৰাণী বাইদেউক টিকট দিব পৰা হ’লে ভাল আছিল ৷ লগতে বহু জ্যেষ্ঠ নেতাক টিকটৰ পৰা বঞ্চিত কৰা হ’ল” বুলি উল্লেখ কৰি সংবাদমাধ্যমৰ সন্মুখত হাগ্ৰামা মহিলাৰীয়ে কয়, “গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বাবে প্ৰাক্তন কাৰ্যবাহী সদস্য শোভাৰাম বসুমতাৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে ৷দোতমা সমষ্টিত বিধায়ক তথা কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী, কোকৰাঝাৰ সমষ্টিত শিউলী মহিলাৰী, বাওখুংগ্ৰী সমষ্টিত যুৱনেতা ৰূপম ৰায়, পৰ্বতঝোৰা সমষ্টিত ডঃ ৰেজাউল কৰিম, ছিদলী-ছিৰাং( জনজাতি) সমষ্টিত কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, মানাহ সমষ্টিত থানেশ্বৰ বসুমতাৰী, বাক্সা (জনজাতি) সমষ্টিত বি পি এফৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম, ভেৰগাঁও সমষ্টিত প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, ওদালগুৰি( জনজাতি) সমষ্টিত প্ৰাক্তন বিধায়ক তথা বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী, মাজবাটত পৰিবহন মন্ত্ৰী তথা পাৰিষদ চৰণ বড়োক প্ৰাৰ্থিত্ব দিয়া হৈছে ৷

Releated Posts

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।

ByByMahesh Malakar Apr 10, 2026

কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ছাত্ৰ নেতালৈ কৰিলে ভোটদান

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হৈছে বিধানসভাৰ নিৰ্বাচন। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ ৰাজ্যৰ ভিন্নপ্ৰান্তত হাইপ্ৰফাইল…

ByByMahesh Malakar Apr 9, 2026

কাইলৈ ঘোষণা হ’ব HSLC পৰীক্ষাৰ ফলাফল

HSLCৰ ফলাফলক ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।কাইলৈ HSLCৰ ফলাফল ঘোষণাৰ সম্ভাৱনা।শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই যে HSLC…

ByByMahesh Malakar Apr 9, 2026

৫ বজাৰ লগে লগে অসমত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া

পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক…

ByByMahesh Malakar Apr 9, 2026
Scroll to Top