• Home
  • দেশ
  • ‘নীট’ৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰত বিজেপি নেতা
Image

‘নীট’ৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰত বিজেপি নেতা

‘নীট’ৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰত বিজেপি নেতা

CBI ৰ তদন্তত পোহৰলৈ বিস্ফোৰক তথ্য

বিজেপিৰ নেতাৰ পৃষ্ঠপোষকতাতেই ফাদিল হৈছিল নীটৰ প্ৰশ্ন কাকত

NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগত জঢ়িত ৰাজস্থানৰ বিজেপি নেতা দীনেশ বিৱাল, আৰু ভাতৃ মংগীলাল বিৱাল

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৰাজস্থানৰ বিজেপি নেতাসহ ভাতৃক

১৫ লাখ টকাত হাৰিয়ানাৰ পৰা ক্ৰয় কৰি পৰীক্ষাৰ্থীক বিক্ৰী কৰিছিল প্ৰশ্ন কাকত

Releated Posts

হিজাব পিন্ধি স্কুল-কলেজলৈ যাব পাৰিব মুছলমান ছাত্ৰী

হিজাব পিন্ধি স্কুল-কলেজলৈ যাব পাৰিব মুছলমান ছাত্ৰী হিজাব পৰিধান কৰাৰ ক্ষেত্ৰত আঁতৰিল বাধা বিজেপি চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ…

ByByMahesh Malakar May 14, 2026

২০২৬ বৰ্ষৰ NEET পৰীক্ষা বাতিল

২০২৬ বৰ্ষৰ NEET পৰীক্ষা বাতিল ৩ মে’ত অনুষ্ঠিত হৈছিল পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল পৰীক্ষা পৰীক্ষা অনুষ্ঠিত হোৱা…

ByByMahesh Malakar May 12, 2026

ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰূদ্ধে যুঁজৰ হুংকাৰ মমতা বেনাৰ্জীৰ

ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰূদ্ধে যুঁজৰ হুংকাৰ মমতা বেনাৰ্জীৰ বিজেপিক ৰুধিবলৈ আমি একত্ৰিত হ’ব লাগিব সকলো বিৰোধী মিলি…

ByByMahesh Malakar May 11, 2026

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ বিজেপি সমৰ্থকে TMCৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ TMC – BJP…

ByByMahesh Malakar May 6, 2026
Scroll to Top