কৰ্ণাটকৰ শিল কুঁৱৰীত ভয়ংকৰ ঘটনা
বিহাৰৰ ৭জনকৈ শ্ৰমিকৰ কৰুণ মৃত্যু
ওপৰৰ পৰা বৃহত্ আকাৰৰ শিল খহি মৃত্যু শ্ৰমিককেইজনৰ
কাম কৰি থকাৰ সময়তে সংঘটিত এই ঘটনা
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক হাস্পতালত ভৰ্তি
পুৱাই বেংগালুৰুৰ মাদাপাত্তানাত সংঘটিত কৰুণ ঘটনা

কৰ্ণাটকৰ শিল কুঁৱৰীত ভয়ংকৰ ঘটনা
Releated Posts
পৱিত্ৰ ৰাম মন্দিৰৰ দান-বৰঙণিৰে অভিযুক্তই সাজিলে বৃহৎ অট্টালিকা
পৱিত্ৰ ৰাম মন্দিৰৰ দান-বৰঙণিৰে অভিযুক্তই সাজিলে বৃহৎ অট্টালিকা মন্দিৰৰ দান-বৰঙণি চুৰিত মূল অভিযুক্ত লৱকুশ মিশ্ৰ মাহিলি ১২,০০০ টকাকৈ…
দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ পথ দুৰ্ঘটনা
দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ পথ দুৰ্ঘটনাএখন ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰথিতাতে ৭ৰ মৃত্যু, ২২জনৰ অৱস্থা সংকটজনকমুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত…
দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা
দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা ৰাজপথত মৃত্যুৰ কিৰিলি এই পৰ্যন্ত ৮জনৰ মৃত্যুৰ খবৰ আহত হৈছে ২২ গৰাকীকৈলোক…
অযোধ্যা দৰ্শনৰ বাবে যোৱা কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশ আৰক্ষীৰ
অযোধ্যা দৰ্শনৰ বাবে যোৱা কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশ আৰক্ষীৰউত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়েভগৱান ৰামক…









