• Home
  • অসম
  • বিজেপিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰি ৰাঙলী হোৱা চোলাটো পিন্ধিয়ে BJPত যোগদান ভূপেন বৰাৰ!
Image

বিজেপিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰি ৰাঙলী হোৱা চোলাটো পিন্ধিয়ে BJPত যোগদান ভূপেন বৰাৰ!

বিজেপিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰি ৰাঙলী হোৱা চোলাটো পিন্ধিয়ে BJPত যোগদান ভূপেন বৰাৰ!

কিয় এই চোলাটো পিন্ধি আহিল ভূপেন বৰাই?

ভূপেন বৰাই কয় যে ‘‘যিদিনাই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হ’ব তাৰ পিছতে বহু আহিব

ৰাজীৱ ভৱনৰ বহু স্বাভিমানী অসমীয়াই বাজপেয়ী ভৱনলৈ আহিব

ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ অহাত মই শৰাইঘাটৰ
দলঙৰ দৰে হ’ম’’

মই কংগ্ৰেছৰ থাকোতে তেজেৰে ৰাঙলী হৈছিলো

ৰাজপথত ৰাঙলী হোৱা প্ৰথমগৰাকী কংগ্ৰেছৰ সভাপতি মই

যিটো চোলা পিন্ধি ৰাঙলী হৈছিলো, সেই চোলাটো পিন্ধি থৈ দিছিলো এদিন পিন্ধিম বুলি,

আৰু আজি সেই চোলাটো পিন্ধিয়েই আহিছো

সেই তেজ বিজেপিৰ সৈতে কাজিয়া কৰোতে হৈছিল,

কংগ্ৰেছে সেই তেজৰ মূল্যাংকন কৰিলে নে নাই সেই কথা মনত পেলাবলৈ আহিছো

Releated Posts

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী

মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…

ByByMahesh Malakar Apr 10, 2026

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…

ByByMahesh Malakar Apr 10, 2026

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।

ByByMahesh Malakar Apr 10, 2026
Scroll to Top