• Home
  • অসম
  • ডিগবৈ সৌমাৰপুৰ নামঘৰত ভাদ মাহৰ নামৰ সামৰণি অনুষ্ঠান সম্পন্ন
Image

ডিগবৈ সৌমাৰপুৰ নামঘৰত ভাদ মাহৰ নামৰ সামৰণি অনুষ্ঠান সম্পন্ন

ডিগবৈৰ সৌমাৰপুৰ নামঘৰত ভাদ মাহৰ নামৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়।

ৰাজ্যখনৰ প্ৰতিটো নামঘৰত ভাদ মাহত এমাহ জোৰা নাম কীৰ্তন অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ ডিগবৈ মুলীয়াবাৰীস্থিত সৌমাৰপুৰ নামঘৰত এমাহজুৰি হৰি নাম কীৰ্তন অনুষ্ঠিত হয়।

এমাহ কাৰ্য্য সম্পাদন কৰাত বিশেষ সেৱা আগবঢ়োৱা একাধিক ভকতক সম্বৰ্ধনা জনোৱাৰ লগতে সুদীৰ্ঘ কাল নামঘৰৰ সৈতে জড়িত থাকি আন ঠাইলৈ গুচি যোৱা কেইবাজনো ভকতক সম্বৰ্ধনা জ্ঞাপন কৰে নামঘৰ পৰিচালনা সমিতিয়ে। এই কথা সদৰি কৰে সভাপতি দিলীপ তামুলী আৰু সম্পাদক ৰেৱ বৰগোহাঁইয়ে।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top