এগৰাকী শাৰীৰিক ভাৱে সক্ষম যুৱতীৰ কাতৰ আহ্বান…
সৰুপথাৰৰ বৰপথাৰ টেঙানী গাওঁ পঞ্চায়তৰ ৰাজগড় গাৱৰ এগাৰাকী শাৰীৰিক ভাৱে সক্ষম যুৱতীৰ উন্নত চিকিৎসাৰ বাবে সহায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিল পৰিয়ালটো।যুৱতী গৰাকীৰ নাম জোনালী দাস। বয়স ১৪ বছৰ।আঢ়ৈ বছৰ বয়সৰ পৰা যুৱতী গৰাকী ভুগি আছে বিশেষ স্নায়ু ৰোগত। যাৰ বাবে খোজ কঢ়া, কথা কোৱাত যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছে পৰিয়ালটোৱে।আৰ্থিক দীনতাৰ বাবে পিতৃ পদ্ম … Read more