• Home
  • অপৰাধনামা
  • নিশা জুবিনক্ষেত্ৰত সুৰাপায়ী যুৱকৰ উদ্ভণ্ডালি
Image

নিশা জুবিনক্ষেত্ৰত সুৰাপায়ী যুৱকৰ উদ্ভণ্ডালি

 পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ কৰে যুৱককেইজনে। পূৰ্বেও জুবিনক্ষেত্ৰত একাংশ সুৰামত্ত লোকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল। জুবিনক্ষেত্ৰত একাংশই সুৰাপান কৰি থকা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। থিক একেদৰে পুনৰ জুবিনক্ষেত্ৰত সুৰামত্ত যুৱকৰ উদ্ভণ্ডালি। অভিযোগ অনুসৰি সুৰাসক্ত যুৱককেইজনে মহিলা আৰক্ষী কনিষ্টবলকে ধৰি যানবাহনৰ আৰক্ষীক অশালীন ব্যৱহাৰ কৰে।

আহত বিষ্ণু দৈমাৰী আৰু বিকাশ দৈমাৰী নামৰ দুই জোৱান। ইতিমধ্যেই সোণাপুৰ আৰক্ষীৰ জালত পৰিছে জুবিনক্ষেত্ৰত উদ্ভাণ্ডালি কৰা এই সুৰাসক্ত যুৱককেইজন। আটক কৰা তিনি যুৱক ক্ৰমে দক্ষিণ শালমাৰাৰ ফুলবাৰী গাঁৱৰ আলম আলী, শুৱালকুছিৰ দুই যুৱক মুকুট দাস আৰু ৰঞ্জন দাস ৷ ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Releated Posts

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেড়া। ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দিছিল পৱন…

ByByMahesh Malakar Apr 8, 2026

কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি…

ByByMahesh Malakar Apr 8, 2026

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026
Scroll to Top