• Home
  • অসম
  • বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ
Image

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল
আৰয়ান জিচান আহমেদ

ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদলৈ আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা NASAৰ বিৰল স্বীকৃতি ৷

International Astronomical Seach Collaborationৰ অধীনত আৰিয়ানে চলোৱা গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণালৈ আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা NASA ৰ এই স্বীকৃতি৷

দুটাকৈ নতুন গ্ৰহাণুৰ আৱিস্কাৰ। সদ্যহতে IASC য়ে গ্ৰহাণু দুটাৰ নামাকৰণ কৰিছে 2024 VE8 আৰু 2024 VC23 বুলি।

আৰিয়ান জিছান আহমেদ ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি, মেঘালয়ৰ (USTM)ৰ বি টেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰ।

Releated Posts

আজি মাঘী গণেশ চতুৰ্থী

আজি গণেশ চতুৰ্থী। পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে মন্দিৰে মন্দিৰে ভক্তৰ আগমণ। ৰাজ্যৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ…

ByByMahesh Malakar Jan 22, 2026

আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাৰ হল ৪ টা মাহ আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি আজি জামিন…

ByByMahesh Malakar Jan 22, 2026

নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ

নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ। ২৭ বছৰীয়া সেৱাৰ অন্তত মহাকাশ কেৰিয়াৰৰ পৰা ল’লে অৱসৰ। ৬০৮ দিন…

ByByMahesh Malakar Jan 21, 2026

শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল গৰিমা শইকীয়া…

ByByMahesh Malakar Jan 19, 2026
Scroll to Top