• Home
  • অসম
  • অৱশেষত জীৱন যুঁজত হাৰ মানিলে স্বামীৰ দাৰ ঘাপত আহত হোৱা অনিমা গগৈয়ে

অৱশেষত জীৱন যুঁজত হাৰ মানিলে স্বামীৰ দাৰ ঘাপত আহত হোৱা অনিমা গগৈয়ে

অৱশেষত জীৱন যুঁজত হাৰ মানিলে অনিমা গগৈয়ে।

স্বামীৰ দাৰ ঘাপত আহত হৈছিল অনিমা গগৈ।

আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অনিমা গগৈৰ।

চৰাইদেউ জিলাৰ সোণাৰিৰ লংপতীয়াত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা।

১১ ছেপ্তেম্বৰত স্বামী বকুল গগৈয়ে দাৰে আক্ৰমণ কৰিছিল পত্নী অনিমা গগৈক।

স্বামীৰ দাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মহিলাগৰাকী।

Releated Posts

ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ ‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’ কংগ্ৰেছ…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহু

আজি ভোগালী বিহু ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা।…

ByByMahesh Malakar Jan 13, 2026

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026
Scroll to Top