ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সন্মুখত ধন সৰৱৰাহৰ গোচৰত উপস্থিত হয় । তেওঁ বেংকৰ জালিয়াতিৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগ সম্পৰ্কীয় গোচৰত দ্বিতীয় ৰাউণ্ডৰ সোধা-পোছাৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় ।মধ্য দিল্লীৰ ইডিৰ কাৰ্যালয়ত প্ৰায় ১০.৩০ বজাত প্ৰৱেশ কৰে অনিল আম্বানীয়েউল্লেখ্য যে যোৱা বছৰ আগষ্ট মাহত ইডিয়ে প্ৰথমবাৰৰ বাবে আম্বানীক জেৰা কৰিছিল ।তেওঁৰ গ্ৰুপৰ কোম্পানী ৰিলায়েন্স কমিউনিকেচনৰ (আৰ চি অ’ এম) ৪০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ বেংক জালিয়াতিৰ অভিযোগৰ সৈতে এই তদন্ত জড়িত । উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেনাশৰ ভিত্তিত গঠন কৰা হৈছে এই এছ আই টি । বুধবাৰে ইডিয়ে ধন সৰবৰাহ বিৰোধী আইনৰ অধীনত ৩,৭১৬ কোটি টকাৰ আম্বানীৰ মুম্বাইৰ ঘৰ ‘এবোড’ক জব্দ কৰে । ।

ই ডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰত উপস্থিত অনিল আম্বানী
Releated Posts
সকলোকে ক্ষমা কৰি তুমি যোৱাগৈ’
সকলোকে ক্ষমা কৰি তুমি যোৱাগৈ’ গাজিয়াবাদৰ হৰীশ ৰাণাক ইচ্ছামৃত্যুৰ বাবে লৈ যোৱাৰ পূৰ্বে শেষ বিদায় পৰিয়ালৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ…
খুজি আৰু সকলকে ক্ষমা কৰি এতিয়া তুমি যোৱাগৈ’
খুজি আৰু সকলকে ক্ষমা কৰি এতিয়া তুমি যোৱাগৈ’ গাজিয়াবাদৰ হৰীশ ৰাণাক ইচ্ছামৃত্যুৰ বাবে লৈ যোৱাৰ পূৰ্বে শেষ বিদায়…
অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ
অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ গুৱাহাটীলৈ আহি আছে সকলোৰে প্ৰিয় ক্ৰিকেটাৰ ধোনী, কোহলী, বুমৰাহ, ৰোহিতক চাবলৈ সাজু…
আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৫ বজাত গুৱাহাটী আহি পাব গৃহমন্ত্ৰীগৰাকী। নিশা ৮ বজাত…














