• Home
  • অপৰাধনামা
  • ই ডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰত উপস্থিত অনিল আম্বানী
Image

ই ডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰত উপস্থিত অনিল আম্বানী

ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সন্মুখত ধন সৰৱৰাহৰ গোচৰত উপস্থিত হয় । তেওঁ বেংকৰ জালিয়াতিৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগ সম্পৰ্কীয় গোচৰত দ্বিতীয় ৰাউণ্ডৰ সোধা-পোছাৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় ।মধ্য দিল্লীৰ ইডিৰ কাৰ্যালয়ত প্ৰায় ১০.৩০ বজাত প্ৰৱেশ কৰে অনিল আম্বানীয়েউল্লেখ্য যে যোৱা বছৰ আগষ্ট মাহত ইডিয়ে প্ৰথমবাৰৰ বাবে আম্বানীক জেৰা কৰিছিল ।তেওঁৰ গ্ৰুপৰ কোম্পানী ৰিলায়েন্স কমিউনিকেচনৰ (আৰ চি অ’ এম) ৪০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ বেংক জালিয়াতিৰ অভিযোগৰ সৈতে এই তদন্ত জড়িত । উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেনাশৰ ভিত্তিত গঠন কৰা হৈছে এই এছ আই টি । বুধবাৰে ইডিয়ে ধন সৰবৰাহ বিৰোধী আইনৰ অধীনত ৩,৭১৬ কোটি টকাৰ আম্বানীৰ মুম্বাইৰ ঘৰ ‘এবোড’ক জব্দ কৰে । । 

Releated Posts

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰঘোষণা ফাষ্টট্ৰেক আদালতৰ এতিয়াৰে পৰা…

ByByMahesh Malakar May 26, 2026

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন অভিযুক্তই গোচৰটোৰ পৰা অব্যাহতি বিচাৰি কৰা আবেদনৰ দিব ৰায় ন্যায়াধীশ…

ByByMahesh Malakar May 26, 2026

দেশত ধুমুহাৰ সৃষ্টি কৰা Cockroach Janata partyৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক

দেশত ধুমুহাৰ সৃষ্টি কৰা Cockroach Janata partyৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক প্ৰথমে ভাবুকি সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰ নহলে…

ByByMahesh Malakar May 23, 2026

বিশ্বত ধুমুহাৰ সৃষ্টি কৰা Cockroach Janata partyৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এগৰাকী মুছলমান বিধায়কে

বিশ্বত ধুমুহাৰ সৃষ্টি কৰা Cockroach Janata partyৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এগৰাকী মুছলমান বিধায়কে ককৰোচ জনতা পাৰ্টিয়ে লাভ কৰিছে…

ByByMahesh Malakar May 22, 2026
Scroll to Top