• Home
  • অসম
  • অসম গণ পৰিষদৰ ২৬জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা
Image

অসম গণ পৰিষদৰ ২৬জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

বোকাখাত সমষ্টিৰ প্ৰাৰ্থী অতুল বৰা
কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেৱশ মহন্ত
বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰী
বৰপেটা সমষ্টিৰ প্ৰাৰ্থী দীপক কুমাৰ দাস
টিয়ক সমষ্টিৰ প্ৰাৰ্থী বিকাশ শইকীয়া
ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী ড০ তপন দাস
তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পৃথ্বিৰাজ ৰাভা
বজালী সমষ্টিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়
হাজো-শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস
শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা
নাওবৈচা সমষ্টিৰ প্ৰাৰ্থী বসন্ত দাস
বিলাসীপাৰা সমষ্টিৰ প্ৰাৰ্থী জিৱেশ ৰায়
সোণাই সমষ্টিৰ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞা
দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী ইকবাল হুছেইন
মানকাচৰ সমষ্টিৰ প্ৰাৰ্থী জাবেদ ইছলাম
গোৱালপাৰা পূব সমষ্টিৰ প্ৰাৰ্থী আব্দুল ৰহিম জিব্ৰান
আলগাপুৰ-কাটলিচেৰা সমষ্টিৰ প্ৰাৰ্থী জাকিৰ হুছেইন লস্কৰ
বিন্নাকান্দি সমষ্টিৰ প্ৰাৰ্থী ছাহাবউদ্দিন মজুমদাৰ
ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থী জাকিৰ হুছেইন ফাৰাজী
লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থী খলিলিৰ ৰহমান
সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী ছহিদু ইছলাম
চেঙা সমষ্টিৰ প্ৰাৰ্থী ছাদ্দাম হুছেইন
চমৰীয়া সমষ্টিৰ প্ৰাৰ্থী নুৰুল ইছলাম
পকাবেতবাৰী সমষ্টিৰ প্ৰাৰ্থী ডাঃ তাৰা প্ৰসাদ দাস
জলেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী আবু শ্বাস শ্বাহি হোছেইন
গৌৰীপুৰ সমষ্টিৰ প্ৰাৰ্থী মেহতাবুল হক

Releated Posts

EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি

EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি EXIT POLLৰ মতে আকৌ বিজেপি চৰকাৰ কিন্তু…

ByByMahesh Malakar Apr 30, 2026

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…

ByByMahesh Malakar Apr 30, 2026

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গক শ্যামকানু মহন্তই হত্যা কৰা নাই শ্যমকানুৱে নিৰ্দোষী মানুহক জেলত…

ByByMahesh Malakar Apr 30, 2026

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…

ByByMahesh Malakar Apr 30, 2026
Scroll to Top